• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপিএফে সোতৰ বছৰে কৰিব নোৱাৰা কাম চাৰি বছৰত কৰি দেখুৱাব প্ৰমোদ বড়োৱে!

দিল্লী, কেৰেলাৰ চৰকাৰী বিদ্যালয়ৰ আৰ্হিত বড়োলেণ্ডত হব শিক্ষাদান

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
February 12, 2022 11:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমন্বিতে হাগ্ৰামা এণ্ড কোম্পানীয়ে ইউপিপিএল দলক লক্ষ্য কৰি বিগত কিছুদিন ধৰি দিয়া অভিযোগ সম্পৰ্কীয় মন্তব্যৰ জবাব দিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৱে।

১০ ফেব্ৰুৱাৰীৰ বিটিচি চুক্তি দিৱসৰ পৰা আৰম্ভ কৰি দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপায়ী, মিছাইল মেন ড°এপিজে আব্দুল কালাম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত দিয়া অপমানসূচক মন্তব্যৰ লগতে উপ-নিৰ্বাচন আৰু বিটিআৰৰ শিক্ষা নীতিৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে বড়োৱে৷

বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে শুকুৰবাৰে নিশা বালাগাঁৱস্থিত চিআইটিৰ শিক্ষা সম্পৰ্কীয় এখন মত বিনিময়ৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী, মিছাইল মেন এ পি জে আব্দুল কালাম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিপিএফৰ এগৰাকী নেতাই প্ৰদান কৰা মন্তব্যক গৰিহণা দিয়ে৷

Apply Now

লগতে পঢ়ক: একেটা ক্লাৱতে পিতৃ-পুত্ৰ! মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৭ নম্বৰ জাৰ্ছিৰে নামিব জুনিয়ৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো

বড়োৰ ভাষ্য তেওঁলোকৰ মন্তব্যৰ পৰাই স্পষ্ট হৈছে তেওঁলোকৰ দল তথা নেতা সকলৰ মানসিকতা।

বিটিচি চুক্তি দিৱসৰ ওপৰত বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে কয় যে আমি সকলো চুক্তিক সন্মান কৰোঁ৷ বিএচি, বিটিচি, বিটিআৰ আটাইবোৰ চুক্তি আৰু শ্বহীদক শ্ৰদ্বা, সন্মান জনাওঁ৷ যদি ইউপিপিএল আৰু বিটিআৰ চুক্তিক সমালোচনা কৰিয়েই কিবা হব বুলি সপোন দেখিছে তেন্তে সেয়া ভুল হব৷

তেওঁ লগতে কয় আমি স্পষ্টকৈ জনাই দিছোঁ যে সোতৰ বছৰীয়া শাসনকালছোৱাত কৰিব নোৱাৰা কাম আগন্তুক চাৰি বছৰত বিটিআৰ পৰিষদীয় চৰকাৰে কৰি দেখুৱাব৷ আমাক সমালোচনা কৰাতকৈ কিয় পৰিষদক ধাৰত পুতি থৈ গ’ল হাগ্ৰামা মহিলাৰীয়ে তাৰ স্পষ্টীকৰণ দিয়ক।

বিটিআৰৰ মুখ্য কাৰ্যৱাহী বড়োৱে আৰু কয় যে বিটিআৰত দিল্লী আৰু কেৰেলাৰ চৰকাৰী বিদ্যালয়সমূহৰ দৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি নিয়োগ নিশ্চিত পাঠ্যক্ৰম প্ৰচলনৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২২ৰ ভিতৰত বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি,আধুনিক তথ্য-প্ৰযুক্তিৰ সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হব বুলি তেওঁ সদৰী কৰে।

লগতে পঢ়ক:বিধ্বংসী কৃষ্ণা-ছিৰাজ; ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰি ৰোহিতৰ নেতৃত্বৰ যাত্ৰা আৰম্ভ

বিটিআৰ অঞ্চলৰ সম্ভাৱ্য উপ-নিৰ্বাচন সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত বড়োৱে নিৰ্বাচন আয়োগৰ সতে বিষয়টোৰ ওপৰত আলোচনা অব্যাহত আছে বুলি জানিব দি কয় যে বিটিআৰতো অতি শীঘ্ৰে উপ-নিৰ্বাচন অনুষ্ঠিত হব৷ তাকে লৈ কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হয় নে কি কৰে তাত কব লগা একো নাই ৷

আচলতে যিসকলে এনে কৰি আছে তেওঁলোকৰ কোনো কাম নথকাৰ বাবেই সময়ে সময়ে ৰাইজৰ মাজত টুলুঙা মন্তব্য প্ৰদান কৰি আহিছে বুলিও কটাক্ষ কৰে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৱে ৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd