• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পোহৰলৈ আহিল হত্যাৰ ৰহস্য! মাত্ৰ ১০০ টকাৰ ড্ৰাগছৰ বাবেই হত্যা কৰা হৈছিল এজন যুৱকক

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
February 13, 2022 12:21 pm
Kaliabor Murder mystery
178
VIEWS
Share on FacebookShare on Twitter

অৱশেষত কলিয়াবৰৰ চুলুং আৰক্ষীৰ জালত পৰিল তেজপুৰৰ চানমাৰীৰ দিগন্ত দাস নামৰ যুৱকজনৰ মূল হত্যাকাৰী তথা ড্ৰাগছ মাফিয়া আব্দুল মালেক।

খ্ৰীষ্টমাছৰ আগ নিশা কলিয়াবৰৰ আমবাগানত ড্ৰাগছ খাবলৈ আহি ১০০ টকাৰ বাবে জীৱন দিব লগা হৈছিল দিগন্ত দাস নামৰ যুৱকজনে।

কলিয়াবৰৰ চুলুং আৰক্ষীয়ে দুধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেকক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহে যে তেজপুৰৰ চানমাৰীৰ দিগন্ত দাস নামৰ যুৱকজনৰ হত্যাতো জৰিত আছিল আব্দুল মালেক।

লগতে পঢ়ক: ‘মানসিকভাৱে অসুস্থ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল NSUIৰ

কলিয়াবৰৰ আমবাগানৰ ৪ নং ভূৰবন্ধাৰ পৰা ড্ৰাগছ মাফিয়া আব্দুল মালেকক আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে ঘটনাৰ সবিশেষ তথ্য।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, ২০২১ বৰ্ষৰ খ্ৰীষ্টমাছৰ আগনিশা তীৰ্থাংকৰ ৰয় নামৰ এজন বন্ধুৰ সৈতে আমবাগানৰ আব্দুল মালেকৰ ঘৰত ড্ৰাগছ খাবলৈ আহিছিল দিগন্ত দাস।

তাতে ১০০ টকাৰ ড্ৰাগছৰ বাবে সংঘাত সৃষ্টি হয় দিগন্ত, তীৰ্থাংকৰ আৰু ড্ৰাগছ বেপাৰী আব্দুল মালেকৰ মাজত।

এই সংঘাতৰ পিছতে তীৰ্থাংকৰ আৰু আব্দুল মালেকে মিলি এখন কুঠাৰৰে মূৰত মৰিয়াই হত্যা কৰে দিগন্তক। নিশাই মৃতদেহটো চুলুঙৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলাই থৈ যায় হত্যাকাৰীয়ে।

২৫ ডিচেম্বৰৰ পুৱা কলিয়াবৰৰ চুলুঙত উদ্বাৰ হৈছিল দিগন্তৰ মৃতদেহ। লগতে উদ্ধাৰ হৈছিল দিগন্ত দাসৰ বাইকখন।

লগতে পঢ়ক: মানৱ সৰবৰাহৰ অভিযোগত নগাঁৱত গ্ৰেপ্তাৰ দুজনক

চুলুং আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি ইতিমধ্যে হত্যাকাণ্ডত জৰিত তীৰ্থাংকৰক আটক কৰাৰ পিছতে ঘটনাৰ লগত ড্ৰাগছৰ যোগসূত্ৰ পোহৰলৈ আহে।

অৱশেষত চুলুং আৰক্ষীৰ জালত পৰে আমবাগানৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক। আব্দুল মালেকৰ গ্ৰেপ্তাৰৰ পিছতেই মাত্ৰ ১০০ টকাৰ ড্ৰাগছৰ বাবেই যে এই হত্যাকাণ্ড সংঘটিত হৈছিল সেই কথা স্পষ্ট হৈ পৰিছে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd