• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতা ভৱনত বাবা ৰামদেব; লক্ষ্য সাম্ৰাজ্য বিস্তাৰ

অসমৰ খালী হৈ পৰি থকা মাটিত খেতি কৰাৰ মন বাবা ৰামদেবৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
February 13, 2022 1:14 pm
index

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে হঠাৎ জনতা ভৱনত উপস্থিত হয় যোগগুৰু তথা পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেব। অৱশ্যে সংবাদ মাধ্যমত জনোৱাৰ পৰা বিৰত আছিল বাবা ৰামদেৱ অসমত উপস্থিত হোৱাৰ কথা।

জনতা ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰে এক বৈঠকত মিলিত হয় বাবা ৰামদেবে।

অসমত পতঞ্জলিৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্য যোগগুৰুজনৰ।

সুত্ৰ অনুসৰি এইবাৰ জৈৱ বৈচিত্ৰৰে ভৰা অসমৰ খালী পথাৰত চকু বাবা ৰামদেৱৰ। উক্ত মাটিত পাম খেতি কৰিবলৈ ইচ্ছুক পতঞ্জলিৰ স্বত্বাধিকাৰী ৰামদেৱৰ।

ইয়াক লৈয়ে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কেইবাঘন্টা জোৰা আলোচনাত মিলিত হয় বাবা ৰামদেব।

index1
ফটো সৌজন্য: টুইটাৰ।

ইপিনে, আলোচনাৰ অন্তত ফেচবুকযোগে জনতা ভৱনত বৈঠক অনু্ষ্ঠিত হোৱা বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয়, “আজি বিয়লি জনতা ভৱনত যোগগুৰু স্বামী ৰামদেৱৰ সৈতে এক সাক্ষাতত মিলিত হৈ আনন্দ অনুভৱ কৰিছোঁ।”

“সাক্ষাৎ কালত ৰাজ্যৰ বিভিন্ন আৰ্থ-সামাজিক বিকাশৰ সৈতেও জড়িত পতঞ্জলিৰ বিভিন্ন কাৰ্য পন্থা, যেনে- খেজুৰ খেতি, ভাৰতীয় শিক্ষা বোৰ্ড, পতঞ্জলি সুস্থতা আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়,”-এইদৰে জনাই মুখ্যমন্ত্ৰীয়ে কয়।

লগতে পঢ়ক: বিজেপি-আৰএছএছে অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে: অখিল গগৈ

কার্যপন্থাসমূহত ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলিও ৰামদেবক মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে।

বাবা ৰামদেবৰ সৈতে আচাৰ্য বালকৃষ্ণ, কবীন্দ্ৰ সিং, ড° বেদ প্ৰিয়া, পঞ্জক শ্বাহ, সাধ্বী স্বৰূপ আৰু স্বামী প্ৰবীৰ দেৱো উপস্থিত থাকে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd