• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-ভূটান সীমান্তৰ ৰজাগড়ত কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
February 18, 2022 2:35 pm
138
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ৰজাগড়ত অনুষ্ঠিত হ’ব দৰং আৰু ওদালগুৰি জিলাৰ কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশন ৷

ভেৰগাঁৱৰ ৰজাগড়ত ১৯ আৰু ২০ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ কেইবালাখ টকীয়া বাজেটেৰে অনুষ্ঠিত হ’বলগীয়া কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশনৰ বাবে এতিয়া দিনে-নিশাই ব্যাপক প্ৰস্তুতি চলিছে ৷

অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোকৰ উপৰি বিভিন্ন জাতি-ধৰ্মৰ হাজাৰ হাজাৰ লোকে ভাগ লব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ৷

কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনকলৈ এতিয়া ৰজাগড়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে।

অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে ১০ খন উপ-সমিতি গঠন কৰা হৈছে। প্ৰত্যেক খন উপ-সমিতিয়েই নিজ নিজ দায়িত্ব চমজি লৈ সেয়া সুচাৰুৰূপে পালন কৰাত ব্যস্ত হৈ পৰিছে।

অধিৱেশনৰ জৰিয়তে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা কৈৱৰ্ত সম্প্ৰদায়ৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰা হ’ব বুলি এগৰাকী উদ্যোক্তাই প্ৰকাশ কৰিছে।

অধিৱেশনত উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়া, অসম মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস ,বিধায়ক বসন্ত দাসকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি ৷

Recent News

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd