• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঙৰ খবৰ: অৱশেষত আক্ৰমণ! ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াই

ইটোৰ পিছত সিটো মিছাইল নিক্ষেপ, উদ্বিগ্ন ৰাষ্ট্ৰসংঘৰ জৰুৰী বৈঠক আহ্বান, কুশলে আছে অসমৰ শিক্ষাৰ্থী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 24, 2022 9:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলোৱে আশংকা কৰা ঘটনাটোৱেই ঘটালে ৰাছিয়াই।

যুদ্ধোন্মাদ পুটিনে যোৱা নিশা ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছতে ৰাছিয়াৰ সেনাই আকাশমাৰ্গৰ পৰা ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ।

Apply Now

ইউক্ৰেইনৰ সেনাক অনতিবিলম্বে আত্মসমৰ্পন কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। যুদ্ধংদেহী ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই তীব্ৰ ক্ষোভ ব্যক্ত কৰি ইউক্ৰেইন আক্ৰমণৰ মূল্য মস্কোই ভৰিবই লাগিব বুলি সাৱধানবাণী শুনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিদেনে যিকোনো মুহূৰ্তত ৰাছিয়া আক্ৰমণৰ ইংগিতো দিছে।

ইপিনে ৰাছিয়াৰ আক্ৰমণৰ পিছতে ইউক্ৰেইনত বন্ধ কৰি দিয়া হৈছে দেশ খনৰ সকলো বিমান বন্দৰ। ফলত দেশ খনত আৱদ্ধ হৈ পৰিছে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী।প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক ইউক্ৰেইনত আৱদ্ধ হৈ আছে। অসমৰো বহু ছাত্ৰী-ছাত্ৰী দেশ খনত আৱদ্ধ  হৈ আছে যদিও তেওঁলোক কুশলে থকা বুলি জানিব পৰা গৈছে।

আজি পুৱা  ইউক্ৰেইনৰ পৰা আহি শতাধিক ভাৰতীয় লোক নতুন দিল্লীৰ বিমান বন্দৰত উপস্থিত হৈছে।

আজি ভাৰতলৈ ঘূৰি অহাসকলৰ ভিতৰত অসমৰো কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে  ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰাৰ লগতে আজি এখন জৰুৰী বৈঠক আহ্বান কৰিছে।

উল্লেখ্য ইউক্ৰেইনৰ প্ৰতি ৰাছিয়াই গ্ৰহণ কৰা পদক্ষেপৰ বাবেই পশ্চিমীয়া বহু দেশে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে।

ইউক্ৰেইনৰ সীমান্তত প্ৰায় ২ লাখ সৈন্য ৰাছিয়াই মোতায়েন কৰাৰ তথ্য কালিয়েই পোহৰলৈ আহিছিল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে ৰাছিয়াক সকলো ক্ষেত্ৰতে বয়কট কৰাৰ হুংকাৰ দিছে।

পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে কিয়েভত ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই।

ইউক্ৰেইনৰ পূব অংশত অৱস্থিত চহৰ মাৰিয়পোলত বিস্ফোৰণৰ ফলত বহু ভৱন তাচপাতৰ ঘৰৰ দৰে খহি পৰা দেখা গৈছে।
ইউক্ৰেইনে নাটোৰ পৰা উন্নত টেংক বিৰোধী অস্ত্ৰ আৰু কিছুসংখ্যক ড্ৰোন লাভ কৰিছে।

সেই অস্ত্ৰৰ বলেৰেই দেশ খনে মহা শক্তিমান ৰাছিয়াৰ বিৰুদ্ধে প্ৰাণপণে প্ৰতিৰোধ অব্যাহত ৰাখিছে। ইউক্ৰেইনত নাটো বাহিনীয় প্ৰত্যক্ষ ভাবে ৰাছিয়াৰ বিৰুদ্ধে যুঁজত নমা নাই যদিও হয়তো শীঘ্ৰে বাহিনীটোৱে যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰিব পাৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd