• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধ আৰম্ভ হোৱাৰ পৰা আঠদিনত ১২লাখ ইউক্ৰেইনৰ নাগৰিকে এৰিছে দেশ: ৰাষ্ট্ৰসংঘ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2022 10:07 am
WhatsApp Image 2022-03-05 at 9.33.46 AM
985
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণ ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে। এই আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনেও সৰ্বশক্তিৰে প্ৰতিৰোধ গঢ়ি তুলিছে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হোৱা ৰাছিয়াৰ সামৰিক অভিযানত ইতিমধ্যে ইউক্ৰেইনৰ কেইবাখনো চহৰ ৰাছিয়ান সেনাবাহিনীয়ে দখল কৰিছে।

ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা ইউক্ৰেইনৰ পৰা দেশখনৰ বাসিন্দাসকল পলাবলৈ আৰম্ভ কৰে। ২৪ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা যোৱা ৩মাৰ্চ বৃহস্পতিবাৰলৈকে ১২লাখতকৈয়ো অধিক ইউক্ৰেইনৰ শৰণাৰ্থীয়ে দেশ এৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহত আশ্ৰয় লৈছে।

লগতে পঢ়ক: সম্প্ৰচাৰৰ মাজতে ”আৰু যুদ্ধ নালাগে”; বুলি ঘোষণা কৰি ৰাছিয়ান টিভি চেনেলৰ সমূহ কৰ্মচাৰীৰ পদত্যাগ

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সম্পৰ্কীয় সংস্থা ইউএনএইচচিআৰ-য়ে এই তথ্য দাঙি ধৰিছে। সংস্থাটোৰ হিচাপ অনুসৰি এই আঠদিনত ইউক্ৰেইনৰ পৰা মুঠ ১২লাখ ৯হাজাৰ ৯৭৬জন নাগৰিকে দেশ এৰিছে।

এই শৰণাৰ্থীসকলৰ আধাতকৈয়ো বেছিয়ে চুবুৰীয়া দেশ বেলাৰুচত আশ্ৰয় লোৱাৰ বিপৰীতে বাকী আধাখিনি আন চুবুৰীয়া দেশ হাংগেৰী, শ্লোভাকিয়া, মলডোভা আৰু ৰোমানিয়াত আশ্ৰয় লৈছে।

ইউএনএইচচিআৰ-য়ে লগতে জানিবলৈ দিয়ে যে আন বহু লোক এতিয়াও ইউক্ৰেইন এৰি যোৱাৰ বাবে দেশনৰ ভিতৰে-বাহিৰে ভ্ৰাম্যমান অৱস্থাত আছে।

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd