• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিত্তমন্ত্ৰীৰ বাজেটত প্ৰতিবন্ধীৰ বাবে নাই কোনো নতুনত্ব: প্ৰতিক্ৰিয়া প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 16, 2022 9:34 pm
Assam budget 2022
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধীৰ প্ৰতি চৰকাৰৰ অনিহা প্ৰকাশ হ’ল অজন্তা নেওগৰ ২০২২-২৩ বৰ্ষৰ বাজেটত। ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে বহু আশাৰে বাট চাই থকা ২০২২-২৩ৰ বাজেটত কোনো নতুনত্ব প্ৰতিফলিত নহ’ল৷

প্ৰতিবন্ধী সকলৰ প্ৰতি চৰকাৰে যে ঘৰিয়ালৰ চকুপানীহে টুকে সেয়া আজিৰ বাজেটত প্ৰতিফলিত হ’ল৷ কিয়নো পূৰ্বৰ তুলনাত এইবাৰ বাজেটত কোনো নতুনত্ব নাই৷

আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেট সন্দৰ্ভত এই অভিযোগ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সম্পাদক নৃপেন মালাকাৰে৷

মালাকাৰে লগতে কয় যে ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীতে ঘোষণা কৰি প্ৰবৰ্তনৰ ব্যৱস্থা কৰা দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধিকাৰী পূৰ্বৰ ১ লাখ ৬০ হাজাৰৰ পৰা গৈ বাজেটত ১লাখত সীমাবদ্ধ হ’ল।

বাজেটৰ এই নীতিয়ে চৰকাৰ খনৰ যে প্ৰতিবন্ধী লোকৰ প্ৰতি দায়িত্ব নাই তাকে প্ৰমাণ কৰিলে৷

মালাকাৰে কয়, “২০২১ চনত প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ লগতে ধনৰাশিও ৮৩০টকাৰ পৰা নি ১২৫০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ বাজেটত উল্লেখ কৰিছে, সেই একেখন বাজেটতে প্ৰতিবন্ধী সকলে মাহেকত পাই থকা ১০০০ টকাৰ বৃদ্ধিৰ বাবে কোনো প্ৰস্তাৱ নল’লে।”

মালাকাৰে লগতে ক্ষোভৰে কয় যে ২০১৯ চনতে সমাজ কল্যাণ বিভাগে নিৰ্বাচিত কৰি থোৱা প্ৰায় ২০ হাজাৰ নতুন হিতাধিকাৰীক পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত বাজেটত কোনো কথাই উল্লেখ নকৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে।

ইফালে আজিৰ বাজেটত প্ৰতিবন্ধী সকলৰ বাবে অন্য কোনো নতুন আঁচনিয়ে স্থান নোপোৱাতো প্ৰতিবন্ধী সকলৰ বাবে চৰকাৰ যে অনিহা সেয়া প্ৰতিফলিত কৰিলে৷

গতিকে শীঘ্ৰে পেঞ্চন আঁচনিৰ ধন বৃদ্ধিৰ লগতে নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় মালাকাৰে৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd