• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনে আছে ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা চুৰেন নেওগ!

 ৰিদিপ শৰ্মা, কলিয়াবৰ by ৰিদিপ শৰ্মা, কলিয়াবৰ
March 23, 2022 7:47 am
Bhupen Hazarika
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ পূৱ প্ৰান্তৰ মনোৰম কুঠৰীত ১৯৬৭ চনতে সুধাকণ্ঠই সাজি উলিয়াইছিল এটা বাসগৃহ৷”কুঠৰীতে মোৰ প্ৰাণটো লুকাই আছে” বুলি কোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাই মৰমৰ বাসগৃহটোত ৰচনা কৰিছিল কেইবাটাও কালজয়ী গীত।

এই কালজয়ী গীত সমূহ ৰচনা কৰোঁতে সুধাকণ্ঠক ১৯৭৩ চনৰ পৰা চাহ-ভাতৰ পৰা সকলো যোগান ধৰিছিল ছাঁৰ দৰে লাগি থকা চুৰেন নেওগে।

Apply Now

কিন্তু বৰ্তমান সময়ত কেনে আছে ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা এই চুৰেন নেওগৰ পৰিয়াল। সুধাকণ্ঠক আপোন হাতেৰে সজোৱা কলিয়াবৰৰ কুঠৰীৰ মৰমৰ ঘৰটোক ৪৯ বছৰে ৰক্ষণা বেক্ষণা দি থকা চুৰেন নেওগ লগতে পৰিয়ালটো কিদৰে আছে!

উৱলি যোৱা সুধাকণ্ঠৰ ঘৰখনৰ দিনে নিশাই ৰখীয়া কৰা চুৰেন নেওগৰ খবৰ ৰাখিছেনে কোনোবাই !

সুধাকণ্ঠৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মানৰ বাবে ১৯৭৩ চনত দেৰগাঁৱৰ আপোন ঘৰ এৰি আহিছে এইজন চুৰেন নেওগে।কুঠৰীতে সংসাৰ কৰি বৰ্তমালৈকে পুত্ৰ, নাতিৰ সৈতে কুঠৰীতে আছে এইজন চুৰেন নেওগ।

কিন্তু ১৯৬৭ চনতে নিৰ্মাণ কৰা সুধাকণ্ঠৰ বাসগৃহটো বৰ্তমান জহি খহি যোৱৰ উপক্ৰম হৈছে। সেয়ে চৰকাৰে কুঠৰীস্থিত ভূপেন হাজৰিকাৰ পুৰনি ঘৰটো ভাঙি সেই ঠাইত ভূপেন হাজৰিকাৰ স্মৃতি গৃহ নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই বাবে ভূপেন হাজৰিকাৰ বাসগৃহত ১৯৭৩ চনৰ পৰা থকা চুৰেন নেওগৰ পৰিয়ালে ছটা মাহৰ পূৰ্বেই খালী কৰি দিছিল বাসগৃহটো।বাসগৃহটো খালী কৰাৰ পিছতে চৰকাৰে সন্মুখৰ দুৱাৰ ভাগৰ লগতে ভিতৰতো চিল কৰি দিয়ে।

আনহাতেদি ভূপেন হাজৰিকাৰ স্মৃতি বুকুত বান্ধিয়েই কাষৰ মাটিখিনিতে সৰুকৈ এটা গৃহ নিৰ্মাণ কৰি লৈছিল চুৰেন নেওগে।

এজন পুত্ৰই দিন হাজিৰা কৰাৰ লগতে আন এজন পুত্ৰ বিশেষ ভাবে সক্ষম হোৱাৰ বাবেই পেটৰ ভাত মুঠি মোকলাবলৈকে সৰুকৈ এখন দোকান দিছে সত্তৰোৰ্ধৰ চুৰেন নেওগে।

বিচনী, ডলা, খৰাহী বিক্ৰী কৰি কোনোমতে চলা চুৰেন নেওগে বিচাৰে মালিক পক্ষ আৰু চৰকাৰে সোনকালেই আলোচনাত মিলিত হৈ ভাৰতৰত্ন সুধাকণ্ঠৰ বাসগৃহটো সোনকালেই মেৰামেতি কৰি সংৰক্ষণ কৰক। অন্যথা এই বাসগৃহতো ভাঙি যোৱাৰ সম্ভাৱনা অধিক।

সময় থাকোঁতেই যদি চৰকাৰে ভূপেনদাৰ আপোন ঘৰ খনৰ সংৰক্ষণ নকৰে তেন্তে অনাগত ভৱিষ্যতলৈ ভূপেনদাৰ এই ঘৰ নিছিন্ন হৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

 ৰিদিপ শৰ্মা, কলিয়াবৰ

ৰিদিপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd