• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেনিছ জগতক আচম্বিতে বিদায় জনালে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2022 3:06 pm
Ashleigh Barty
4.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ক্ৰীড়া জগতক হতচকিত কৰি টেনিচ ক’ৰ্টক বিদায় জনালে বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ মহিলা টেনিছ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে। মাত্ৰ ২৫ বছৰ বয়সতে টেনিছৰ পৰা অৱসৰ ঘোষণা কৰি বাৰ্টিয়ে একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ বাৰ্তাত বাৰ্টিয়ে কয়, “মই টেনিছৰ পৰা অৱসৰ ঘোষণা কৰাৰ মুহূৰ্তটো মোৰ বাবে কঠিন আৰু মই যথেষ্ট আৱেগিক হৈ পৰিছো।”

“মই বহুত সুখী আৰু ভৱিষ্যতৰ বাবে সাজু। এই মুহূৰ্তত মোৰ বাবে এইয়া সঠিক সিদ্ধান্ত। টেনিছে মোক দিয়া সকলোখিনিৰ বাবে মই কৃতজ্ঞ। ই মোক মোৰ সপোনতকৈও অধিক দিছে।”- বাৰ্টিয়ে কয়।

বাৰ্টিয়ে লগতে কয়, “কিন্তু মই জানো যে এতিয়া মোৰ বাবে আন সপোনবোৰ পূৰণ কৰাৰ সময়। হাতৰ ৰেকেট তললৈ নমাই ৰখাৰ এয়াই সঠিক সময়।”

 

 

View this post on Instagram

 

A post shared by Ash Barty (@ashbarty)

ৱ’মেন’চ টেনিছ এচ’চিয়েশ্ব্যনে (WTA) নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বাৰ্টিৰ অৱসৰ ঘোষণাৰ পিছতে এটা বিবৃতি প্ৰকাশ কৰি খেলুৱৈ গৰাকীক টেনিছলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনায়।

 

For every young girl that has looked up to you.

For every one of us that you’ve inspired.

For your love of the game.

Thank you, @ashbarty for the incredible mark you’ve left on-court, off-court and in our hearts 💜 pic.twitter.com/6wp9fmO439

— wta (@WTA) March 23, 2022

উল্লেখ্য যে দুবছৰৰো অধিক সময় ধৰি বাৰ্টি মহিলা ৰেংকিঙত বিশ্বৰ শীৰ্ষ স্থানত অধিষ্ঠিত হৈ আছিল। চমু কেৰিয়াৰত বাৰ্টিয়ে তিনিটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছিল।

২০১৯ চনত ফ্ৰেঞ্চ অপেন জয় কৰাৰ পিছত তেওঁ ২০২১ ত উইম্বলডনৰ খিতাপ অৰ্জন কৰিছিল। চলিত বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেন খিতাপ জয়েৰে ৪৪ বছৰৰ পিছত এই খিতাপ জয় কৰা প্ৰথম গৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বাৰ্টি।

তিনিটা গ্ৰেণ্ড শ্লেম খিতাপৰ লগতে বাৰ্টিয়ে কেৰিয়াৰত ১৫ টা চিংগলছ্ আৰু ১২ টা ডাবলছ্ খিতাপ অৰ্জন কৰিছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd