• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ,৯ জন জুৱাৰীক আটক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 25, 2022 8:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত ব্যাপকভাৱে চলি অহা জুৱা খেলৰ বিৰুদ্ধে শেহতীয়াভাৱে বঙাইগাঁও জিলা আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে ৷

এই অবৈধ জুৱা খেল বন্ধ কৰাৰ বাবে আৰম্ভ কৰিছে অভিযান ৷ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া দোলাইগাঁৱত সন্ধিয়াৰ ভাগত অবৈধ জুৱা খেলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই জুৱা খেল উৎখাত কৰে ৷

Apply Now

অভিযানকাৰী দলে লগতে ৯ জন জুৱাৰীক কৰায়ত্ত কৰাৰ লগতে জুৱা খেলৰ গুটি, জুৱা খেলত ব্যৱহৃত বিভিন্ন সামগ্ৰী, নগদ ধন, মোবাইল আদি জব্দ কৰে ৷ এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও আৰক্ষীয়ে শেহতীয়াভাৱে যোৱা এসপ্তাহৰ পৰা বিভিন্ন পূজা, ধৰ্মীয় অনুষ্ঠান আদিৰ অচিলাৰে চলি থকা জুৱা খেলৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে ৷ তিনি – চাৰি দিন মান পূৰ্বে জুৱা খেলৰ লগত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷ আজি চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া দোলাইগাঁৱত ৷

দৌল উৎসৱৰ অচিলা লৈ প্ৰায় ৩০ খনমান জুৱা খেল চলি আছিল ৷ এই বিষয়ে নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষে লাভ কৰা তথ্যৰ ভিত্তিত বঙাইগাঁও আৰক্ষীৰ এটা বৃহৎ দলে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত এই অবৈধ জুৱা খেলৰ বিৰুদ্ধে অভিযান চলায় ৷ সামৰিক আৰু অসামৰিক পোচাকত যোৱা অভিযানকাৰী আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগে জুৱাস্থলীৰ পৰা ছত্ৰভংগ দিয়ে জুৱাৰীৰ লগতে খেলি থকা লোকসকল ৷ তাৰ মাজতে আৰক্ষীয়ে ৯ জন জুৱাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

লগতে জুৱাস্থলীৰ পৰা পাঁচখন জুৱা খেলৰ ডাবু গুটি, জুৱা খেলত ব্যৱহৃত বিভিন্ন সামগ্ৰী, টিৰ্পাল, নগদ ৭৫ হেজাৰ টকা, ১২ টা মোবাইল আদি জব্দ কৰে ৷ আৰক্ষীয়ে জুৱাস্থলীৰ পৰা কৰায়ত্ত কৰা জুৱাৰী কেইজন হ’ল বঙাইগাঁও চহৰৰ বাবুপাৰাৰ পৰেশ দাস (৬৬), বিশ্বজিৎ ৰয় (৫০) , খাৰিজা দোলাইগাঁৱৰ ভাৰত মাহাতো (৪৩) , চিৰাং জিলাৰ ঢালিগাঁৱৰ ৰতন ব্ৰহ্ম( ৩৮), লকেন বৰ্মন ( ৪০) , বিজনী ফাগুনাগাঁৱৰ সুৰত ৰায় (৫০) , ভাটো ৰায় (৭৩) , ১ নং ফাগুনাগাৱৰ সম্বাৰুৰাম ৰায় (২৭) আৰু কোকৰাঝাৰ জিলাৰ দোতমাৰ পৰমেশ্বৰ ব্ৰহ্ম (৪৬) ৷

আটকাধীন লোককেইজনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ জুৰু কৰা বুলিও জানিবলৈ দিয়ে

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd