• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ,চাপৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,তিলক চন্দ্র প্রসাদ, চাপৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,তিলক চন্দ্র প্রসাদ, চাপৰ
March 26, 2022 9:03 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী ।

১৯৩৮ চনত মহাপ্ৰয়াণ হৈছিল বেজবৰুৱাৰ।

মৃত্যু তিথিত বিয়লি শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত উপস্থিত হয় যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী ।

তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চিতাভষ্মস্থলীত বন্তি প্ৰজ্বলন তথা মাল্যাপৰ্ণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বেজবৰুৱাৰ সৃষ্টিৰাজি আৰু স্মৃতি জড়িত সম্পদ সমূহ সংৰক্ষণ কৰাৰ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতি অৰুন্ধতী বেজবৰুৱাৰ সৈতে মত বিনিময় কৰে।

বিশেষকৈ বাসগৃহতে থকা পুথিভঁৰাল পৰিদৰ্শন কৰি সংগৃহীত ৫ হেজাৰো অধিক গ্ৰন্থ আৰু অন্যান্য সম্পদ সমূহ ডিজিটেলাইজ পদ্ধতিৰে কিদৰে সঠিক সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে অসম চৰকাৰক পদক্ষেপ ল’বলৈ অৱগত কৰিব বুলি সদৰি কৰে হীতেন্দ্ৰ নাথ গোস্বামীয়ে।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত ধুবুৰী জিলা সাহিত্য সভাৰ সাহিত্য দিৱস উদযাপন :

ধুবুৰী জিলা সাহিত্য সভাই ” হাউদাৰটাৰী” শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত সাহিত্য দিৱস উদযাপনৰ লগতে হাউদাৰটাৰী শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশন সম্পন্ন কৰে।

 

পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি ৰতিকান্ত দেৱনাথে ।
ইয়াৰ পিছতে ক্ৰমে বন্তি প্ৰজ্বলন ,বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি,বৃক্ষৰোপণ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
পুৱা দহ বজাৰ পৰা অসম সাহিত্য সভাৰ ৰাজ্য ভাষা , মাতৃভাষা উপসমিতিৰ আঞ্চলিক আহ্বায়ক দীপক চৰকাৰৰ সঞ্চালনাত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

কবিতা পাঠৰ অনুষ্ঠানটোত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কবিৰ লগতে গোৱালপাৰা জিলা,ডিব্ৰুগড়,টিংখং ,দুলীয়াজান,বৰপেটা সৰভোগ , নাহৰকটীয়া আদি অঞ্চলৰো যথেষ্ট সংখ্যক কবিয়ে কবিতা পাঠ কৰে ।

দিনৰ ১১.৩০ বজাৰ পৰা বৃহত্তৰ হাউদাৰটাৰী অঞ্চলৰ শিশুসকলৰ অংশ গ্ৰহণেৰে “কুঁহি ” অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
দিনৰ ১.০০ বজাৰ পৰা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ৰ সভাপতিত্বত সাহিত্য দিৱসৰ মুকলি সভা অনুষ্ঠিত হয় ।

“হাউদাৰটাৰী” অঞ্চলৰ কেবাগৰাকী শিল্পীবৃন্দৰ জৰিয়তে “চিৰ চেনেহী মোৰ ভাষা জননী” গীত পৰিবেশনৰে এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভনি কৰা হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

সভাখন উদ্বোধন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাসে । সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই ।

সভাত শলাগৰ শৰাই জ্ঞাপন কৰে শাখা সভাৰ সম্পাদক শুকদেৱ নাথ আৰু জিলা সহকাৰী সম্পাদক বিনয় কুমাৰ নাথে |

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,তিলক চন্দ্র প্রসাদ, চাপৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,তিলক চন্দ্র প্রসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd