• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফলাফল ঘোষণা নকৰাকৈ ৱিকিপিডিয়াই ৰাজ্যসভাৰ সাংসদ সজালে বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীক

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 29, 2022 7:57 pm
Rajya Sabha Election
109
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ বৰ্তমানলৈকে অনুষ্ঠিত হোৱা নাই। অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন।

খালী হোৱা প্ৰথমখন আসনৰ বাবে বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বাবে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা জয়ী হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। নিৰ্দিষ্ট নিয়মৰ মাধ্যমেৰে তেওঁক জয়ী ঘোষণা কৰা হ’ব।

কিন্তু দ্বিতীয়খন আসনৰ বাবে ইতিমধ্যে দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে থিয় দিছে পূৰ্বৰ সাংসদ ৰিপুন বৰা আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ইউ.পি.এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে।

কিন্তু ইতিমধ্যেই গুগ’লত ৰাজ্যসভাৰ সাংসদৰ তালিকাত পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক সাংসদ হিচাপে দেখুওৱা হৈছে।

আনকি ৩ এপ্ৰিল ২০২২ ৰ পৰা ২ এপ্ৰিল ২০২৮ লৈকে দুয়োগৰাকীৰ কাৰ্য্যকাল উল্লেখ কৰা আছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰাজ্যখনৰ দ্বিতীয়খন আসনত কোন জয়ী হ’ব সেয়া এতিয়াও ঠিক হোৱা নাই। বিৰোধী ঐক্যৰ ভোটেৰে ৰিপুন বৰা জয়ী হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ লগতে ৰিপুন বৰায়ো নিজে দাবী কৰি আহিছে।

তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুয়োখন আসনতে বিজেপি জয়ী হ’ব বুলি দাবী কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰা হৰ্চ ট্ৰেডিঙ হোৱাৰ আশংকা কৰা হৈছে।

তাৰ বিপৰীতে ৱিকিপিডিয়াই ফলাফল ঘোষণাৰ পূৰ্বে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক সাংসদ সজোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Recent News

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd