• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

দুৰ্দ্দান্ত ব্ৰুনো: কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন ৰোনাল্ডোৰ পৰ্তুগালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2022 10:53 am
Portugal qualify for 2022 World Cup
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বিশ্বৰ ফুটবল প্ৰেমীৰ বাবে স্বস্তি! ফুটবল অনুৰাগীৰ আকাঙ্খা পূৰণ কৰি কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালে।

মঙলবাৰে নিশা উত্তৰ মেচিডোনিয়াক ২-০ গ’লত পৰাজিত কৰি বিশ্বকাপত স্থান নিশ্চিত কৰিলে পৰ্তুগালে।

Apply Now

বৃহস্পতিবাৰে ইউৰো চেম্পিয়ন ইটালীক পৰাস্ত কৰি বিশ্বকাপৰ দৌৰৰ পৰা প্ৰস্থানৰ পথ দেখুওৱা উত্তৰ মেচিডোনিয়াৰ সন্মুখত দুৰ্দ্দান্ত হৈ পৰে পৰ্তুগীজ তাৰকা ব্ৰুনো ফাৰ্ণাণ্ডেজ।

মেচখনত দুটাকৈ গল স্ক’ৰ কৰি পৰ্তুগালৰ বিশ্বকাপৰ যাত্ৰা নিশ্চিত কৰে ব্ৰুনো ফাৰ্ণাণ্ডেজে।

ইয়াৰ জৰিয়তে পৰ্তুগালে ফ্ৰান্সত ১৯৯৮ চনৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত অনুষ্ঠিত হোৱা প্ৰতিখন বিশ্বকাপলৈকে যোগ্যতা অৰ্জনৰ অভিলেখ অক্ষুণ্ণ ৰাখে।

মঙ্গলবাৰে নিশা অনুষ্ঠিত হোৱা মেচখনত ৩২ মিনিটত পৰ্তুগালক প্ৰথমটো গলৰ সোৱাদ দিয়ে ফাৰ্ণাণ্ডেজে। তাৰকা ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিখুঁত পাছ গললৈ ৰূপান্তৰ কৰি উত্তৰ মেচিডোনিয়াৰ শিবিৰত প্ৰথমটো আঘাত হানে ব্ৰুনো ফাৰ্ণাণ্ডেজে।

প্ৰথমাৰ্দ্ধ ১-০ গলৰ ব্যৱধানত সামৰণি পৰা পিছত দ্বিতীয়াৰ্দ্ধতো মেচিডোনিয়াৰ গলবক্সত নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখে পৰ্তুগালে।

অৱশেষত ৬৫ মিনিটত ডিয়েগো জ’টাই বাওঁফালৰ পৰা তুলি দিয়া এটা ক্ৰছ নেটলৈ ঠেলি দ্বিতীয়টো গল কাৰ্যকৰী কৰে ব্ৰুনোৱে।

নিৰ্দ্ধাৰিত সময়ত ২-০ ব্যৱধানৰ জয়ৰ লগে লগে ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে পৰ্তুগালে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপেই সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে স্বীকৃত পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ অন্তিম বিশ্বকাপ হ’ব বুলি আশংকা কৰা হৈছে।

প্ৰিয় তাৰকাগৰাকীক বিশ্বকাপ ফুটবলত শেষবাৰৰ বাবে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিজন ফুটবল প্ৰেমীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd