• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ এপ্ৰিলৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব গঁড়ৰ পিয়ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2022 6:03 pm
WhatsApp Image 2022-03-31 at 5.04.43 PM

প্ৰতিনিধিত্বমূলক ফটো।

151
VIEWS
Share on FacebookShare on Twitter

মানস ৰাষ্ট্ৰীয় উদ্যানত ১ এপ্ৰিলৰ পৰা গঁড়ৰ পিয়ল আৰম্ভ হ’ব আৰু ৩ এপ্ৰিললৈ এই গণনা চলিব। এই সময়ছোৱাত উদ্যানখন পৰ্যটকৰ বাবে বন্ধ থাকিব।

মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ অন্তিমটো নথিভুক্ত সংখ্যা আছিল ৪৮ টা আৰু শেহতীয়া পিয়লত এই সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

যদিও উদ্যানখন ৩ এপ্ৰিললৈকে পৰ্যটকৰ বাবে বন্ধ ৰখাৰ কথা আছে, উদ্যান কৰ্তৃপক্ষই জনাইছে যে যদি পিয়লত ইয়াৰ নিৰ্দ্ধাৰিত লক্ষ্যৰ গঁড়ৰ সংখ্যা গণনা সম্পন্ন হয়, তেন্তে উদ্যানখন ততালিকে মুকলি কৰি দিয়া হ’ব।

মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে ইউনেস্কোৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰ।

এইটো এটা ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ লগতে এটা হাতী সংৰক্ষিত অঞ্চল আৰু অসমৰ এটা জৈৱমণ্ডল সংৰক্ষিত অঞ্চলো।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

উদ্যানখন ইয়াৰ বিৰল আৰু বিলুপ্তপ্ৰায় স্থানীয় বন্যপ্ৰাণী প্ৰজাতি যেনে দুৰা কাছ, সোণালী বান্দৰ আৰু নল গাহৰিৰ বাবেও জনাজাত।  

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd