• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিভা পিছলিল ইমৰাণ খানৰ! আমেৰিকাৰ নাম উচ্চাৰণ কৰি অস্বস্তিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2022 12:21 pm
Imran Khan
219
VIEWS
Share on FacebookShare on Twitter

নাম উচ্চাৰণ নকৰো বুলি চেষ্টা কৰিও অৱশেষত জিভা পিছলি মুখৰ পৰা ওলাই পৰিল আমেৰিকাৰ নাম। আমেৰিকাই তেওঁক ক্ষমতাচ্যুত কৰিবলৈ এখন পত্ৰ দিয়া বুলি উল্লেখ কৰি লগে লগেই নিজকে চম্ভালি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়,’নাই মই নাম ল’ব নোৱাৰো।‘

বৃহস্পতিবাৰে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান এনে এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয়।

লগতে পঢ়ক: আমেৰিকাৰ সকীয়নি! আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে

ভাষণত ইমৰাণ খানে কয় যে তেওঁৰ মিত্ৰজোঁট চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ বিদেশী শক্তিয়ে ষড়যন্ত্ৰ কৰিছে। সেয়া এখন দেশৰ দূতৰ জৰিয়তে অহা বুলি দাবী কৰা হয়।

ইমৰাণ খানে কয়, ‘’অনস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পূৰ্বেই উক্ত পত্ৰত অনাস্থা প্ৰস্তাৱৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। তাৰ অৰ্থ বিৰোধীৰ তেওঁলোকৰ সৈতে সম্পৰ্ক আছে।‘’ তেওঁ দাবী কৰা মতে সেই দেশখনে ভাবুকি দিছে যে যদি ইমৰাণ খানৰ চৰকাৰ ক্ষমতাত বৰ্তি থাকে, তেতিয়াহ’লে পাকিস্তানে জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিব।

লগতে পঢ়ক: অৰ্থনৈতিক সংকট! শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা; কলম্বোত সান্ধ্য আইন

এনে সময়তে কোনো দেশৰ নাম প্ৰকাশ নকৰো বুলি কৈও জিভা পিছলি ইমৰাণ খানে আমেৰিকাৰ নাম উচ্চাৰণ কৰে।

তেওঁ কয়, ’’ আমেৰিকা.. ও নহয়, আমেৰিকা নহয়। এইখন আন দেশে পঠিয়াইছে। যিখন দেশৰ নাম আমি ক’ব নোৱাৰো। মই ক’ব খুজিছো যে বিদেশৰ পৰা আমি এটা বাৰ্তা লাভ কৰিছো।‘’

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd