• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ, গণৰোষৰ সন্মুখীন কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ সচিব

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
April 7, 2022 1:48 pm
158
VIEWS
Share on FacebookShare on Twitter

উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্থ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে জনতাৰ মনত উমি উমি জ্বলি থকা ক্ষোভৰ জুই আজি ভালকৈয়ে জ্বলি উঠে।

শিৱসাগৰত দল- সংগঠনৰ ৰোষত পৰিল কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ বিভাগৰ সচিব গিৰিধৰ আৰ্মানি।

দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছে যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। লগতে চাৰিলেন যুক্ত পথৰ কামো বন্ধ হৈ আছে।

বিধ্বস্ত পথটো শীঘ্ৰে মেৰামতি কৰা আৰু চাৰিলেন যুক্ত পথৰ কাম সোনকালে আৰম্ভ কৰাৰ দাবীত বিভিন্ন দল- সংগঠন তথা ৰাইজে দাবী কৰি আহিছে।

আজি সচিব গৰাকীৰ আগমণৰ সময়ত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয় সংগ্ৰামী সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু দল- সংগঠনৰ কৰ্মীয়ে দৰিকা পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে সচিব গোকী উক্ত স্থানত উপস্থিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত আৰক্ষীৰে হতাহতিৰ সৃষ্টি হয়। আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ কৰ্মীক প্ৰহাৰ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

উল্লেখ্য যে চাৰিলেন যুক্ত পথ নিৰ্মাণ খৰতকীয়া কৰা, থলুৱা ঠিকাদাৰ প্ৰতিষ্ঠান সমূহক প্ৰাপ্য ধন আদায় দিয়া, দুৰ্নীতি বন্ধ কৰা, যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো যাতায়তৰ বাবে সুচল কৰাৰ দাবীত আজি এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd