• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালকক চৰ মৰাৰ পৰিণতি; অস্কাৰৰ মঞ্চত ১০ বছৰলৈ নিষিদ্ধ উইল স্মিথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2022 9:24 am
বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালকক চৰ মৰাৰ পৰিণতি; অস্কাৰৰ মঞ্চত ১০ বছৰলৈ নিষিদ্ধ উইল স্মিথ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অস্কাৰৰ মঞ্চত অনুষ্ঠানৰ সঞ্চালক কৌতুক অভিনেতা ক্ৰিছ ৰকক প্ৰচণ্ড চৰ শোধাই ইয়াৰ পৰিণামৰ সন্মুখীন হৈছে অভিনেতা উইল স্মিথ। এইদৰে চৰ মৰাৰ অপৰাধত স্মিথক অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

অস্কাৰৰ আয়োজন কৰে একাডেমী অফ মোশ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্স-য়ে। শুকুৰবাৰে স্মিথৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াৰ বৈঠক অনুষ্ঠিত হয়। ইয়াতেই স্মিথৰ শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে স্মিথে পূৰ্বেই তেওঁৰ আচৰণৰ বাবে ক্ষমা বিচাৰি একাডেমীৰ পৰা পদত্যাগ কৰিছিল।

অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত স্মিথে তেওঁৰ পত্নী জেডা পিংকেটকলৈ ক্ৰিছ ৰকে কৰা ৰসিকতাক সহজভাৱে ল’ব নোৱাৰি ক্ৰিছক মঞ্চলৈ গৈ প্ৰচণ্ড চৰ শোধাইছিল।

লগতে পঢ়ক: ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

উইল স্মিথৰ এই কাণ্ডৰ পিছতেই হলীউদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। স্মিথে যে এক ডাঙৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব সেইটো প্ৰায় নিশ্চিত আছিল। আনকি উক্ত ঘটনাৰ পিছতে দুটাকৈ বৃহৎ প্ৰয়োজনা সংস্থাই স্মিথৰ সৈতে তেওঁলোকৰ কামকাজ সাময়িকভাৱে বন্ধ কৰি দিয়ে।

ইপিনে, উইল স্মিথে চৰ মাৰি বিতৰ্কৰ মাজলৈ সোমাই পৰি শাস্তিৰ সন্মুখীনো হ’ল যদিও অস্কাৰৰ মঞ্চত চৰৰ সন্মুখীন হোৱা ক্ৰিছ ৰকে এতিয়াও এই বিষয়কলৈ কিন্তু মুখ খোলা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd