• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ অৱহেলাৰ বাবেই অসমত সংঘটিত হৈ আছে ডাইনী কাণ্ড: অন্ধবিশ্বাস বিৰোধী কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2022 5:34 pm
Witch case
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত এতিয়াও অন্ধবিশ্বাস তথা ডাইনীৰ নামত একাংশ নিৰীহ লোকক হত্যা তথা না-না অত্যাচাৰ কৰি আছে। এই অভিযোগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী কৰ্মী, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ।

উল্লেখযোগ্য যে যোৱা ১১ এপ্ৰিলত বাক্সাৰ ডুমুনীত ডাইনীৰ নামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল৷ সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত একেটা পৰিয়ালৰ দুজনক হত্যা কৰা হয়৷

Apply Now

ডাইনী সন্দেহত পতি-পত্নী ক্ৰমে শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিক হানি খুচি হত্যা কৰে৷ সুৰজ এক্কা নামৰ এজন লোকে সংঘটিত কৰে এই হত্যাকাণ্ড৷

জানিব পৰা মতে সুৰজ এক্কা নামৰ লোকজনৰ পৰিয়ালত বহুদিন ধৰি কিছুমান অদ্ভূত ঘটনা সংঘটিত হৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে৷ সুৰজ এক্কাই ডুমুনীৰ দুই বৃদ্ধ দম্পতি শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিয়ে পৰিয়ালটোক তন্ত্ৰ-মন্ত্ৰ কৰা বুলি সন্দেহ কৰে।

এই সন্দেহতে বৃদ্ধ দম্পতীক এক্কাই ভয় ভাবুকি দিয়াৰ লগতে শুক্ৰা কছুৱাৰ ঘৰত প্ৰৱেশ কৰি দুই পতি-পত্নীক চোকা অস্ত্ৰৰে আক্ৰমন কৰে৷ ফলত দুয়োগৰাকী থিতাতে নিহত হয়৷

নিহত দম্পতিহালৰ জীয়ৰী গৰাকীয়ে জানিব দিয়া মতে ডাইনী সন্দেহতে তেওঁৰ পিতৃ-মাতৃক সুৰজ এক্কাই হত্যা কৰিছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ জনক আটক কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় অন্ধবিশ্বাস বিৰোধী কৰ্মী, মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত অগ্ৰণী সামাজিক সংগঠন “Brothers” এ বিগত ২০০৮বৰ্ষৰ পৰা অন্ধবিশ্বাস তথা ডাইনী কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা লৈ আহিছে।

সংগঠনটোৱে সজাগতামূলক কৰ্মৰ দ্বাৰা ডাইনী কাণ্ড হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগটো এনে ঘটনা সংঘটিত হৈ আছে।

আনহাতে ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বতেই এখন কঠোৰ আইন প্ৰণয়নৰ বাবে দীৰ্ঘদিন দাবী উত্থাপন কৰি সংগ্ৰাম চলাই অহাৰ পৰৱৰ্তী পৰ্যায়ত ২০১৫ বৰ্ষত অসম বিধান সভাত ডাইনী কাণ্ড ৰোধৰ হেতু এক বিধেয়ক গৃহীত কৰা হয়।

• ইফালে উক্ত বিধেয়ক ২০১৮ বৰ্ষত ৰাষ্ট্ৰপতিৰ হস্তাক্ষৰৰ দ্বাৰা (The Assam Witch- Hunting PPP ACT2015)আইন প্ৰণয়ন কৰা হয় যদিও অসম চৰকাৰৰ দ্বাৰা উপযুক্ত সজাগতাৰ অভাৱৰ বাবেই আজিও ডাইনীৰ নামত হত্যাকাণ্ড সংঘটিত হৈ আছে বুলি ডঃ শইকীয়াই উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd