• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমলৈ ৰাষ্ট্ৰীয় বঁটা কঢ়িয়াই অনা চলচ্চিত্ৰৰ পৰিচালক, শিল্লীলৈ মুখ্যমন্ত্ৰীৰ অভিনন্দন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2018 7:49 pm
Village-Rockstars2-678x381
130
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা ৬৫ সংখ্যক  চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ৫টা শাখাত অসমলৈ গৌৰৱ কঢ়িয়াই অনা চলচ্চিত্ৰ  ‘ভিলেজ ৰকষ্টাৰ্ছ’  আৰু ‘ইশ্বু’ পৰিচালক, শিল্পীসকলকলক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰীমা দাসৰ পৰিচালনাৰ চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছ  ৬৫সংখ্যক ৰাষ্ট্ৰীয় বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছে বাবে তেওঁ যুৱ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে শিশুশিল্পীৰ শ্ৰেষ্ঠ বঁটা বিজয়ী ভনিতা দাস আৰু শ্ৰেষ্ঠ লোকেশ্যন ছাউণ্ড ৰেকৰ্ডিষ্ট মল্লিকা দাসক অভিনন্দন জনায়। তেওঁ আশা প্ৰকাশ কৰে যে এই চলচ্চিত্ৰখনৰ কৃতকাৰ্যতাই নিশ্চিতভাৱে  অসমীয় চলচ্চিত্ৰ উদ্যোগটোত এটা নতুন আৰম্ভণি কৰিব।

মুখ্যমন্ত্ৰী সোণোৱালে আঞ্চলিক শাখাত (অসমীয়া) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা কঢ়িয়াই অনা ইশ্বু চলচ্চিত্ৰৰ পৰিচালক উৎপল বৰপূজাৰীকো অভিনন্দন জনায়।

উল্লেখ্য যে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটাও লাভ কৰিছে।

Recent News

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

লোমহৰ্ষক! ৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ ২৩ বছৰীয়া যুৱকৰ

লোমহৰ্ষক! ৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ ২৩ বছৰীয়া যুৱকৰ

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd