• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৰিষৰ মাজতে বিষাদ, বিশ্বনাথত উদ্ধাৰ মহিলাৰ ডিঙি কটা মৃতদেহ

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
April 16, 2022 7:29 pm
200
VIEWS
Share on FacebookShare on Twitter

বিহুৰ আনন্দৰ মাজতে বিশ্বনাথত আজি শোকৰ ছাঁ পেলায় এক বিশেষ ঘটনাই।

পৰকীয়া প্ৰেমৰ বাবেই এক মৃত্যুক সাৱটি ল’ব লগীয়া হল বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত জয়পুৰৰ পপী বৰাই।নাগশংকৰৰ নতেলিয়া গাঁৱৰ পপী বৰা কিছু বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল চতিয়াৰ জয়পুৰৰ পদুম মগৰৰ সৈতে।
বিবাহৰ পিছত দুটাকৈ সন্তানৰ মাতৃ হৈয়ো পপী বৰা চতিয়াৰে ননকে চেঙামাৰীৰ বহিঃৰাজ্যত ব্যক্তিগত কোম্পানীত কৰ্মৰত এজন যুৱকজনৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈছিল বুলি বহুতে অভিযোগ কৰিছে।

কিন্তু পৰকীয়া প্ৰেমৰ যে ইমান ভয়াৱহ পৰিণতি হ’ব পাৰে সয়ো হয়তো পপী বৰাই কাহানিও কল্পনাই কৰা নাছিল।
ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ সমীপত উদ্ধাৰ কৰা হয় পপী বৰাৰ মৃতদেহ।

১৩ তাৰিখে নিশাই পপী বৰাৰ অবৈধ প্ৰেমিক মানস গগৈয়ে নৃশংস ভাবে ডিঙি ৰেপি হত্যা কৰি পেলাই থৈছিল নাগশংকৰ দেৱালয়ৰ সমীপত পপী বৰাৰ মৃতদেহ।

প্ৰেমিক মানসৰ লগত পলাই যাব বিচৰা পপীক মানসে নিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি দুয়োৰে কাজিয়া হৈছিল আৰু তাৰ পৰিণতিতে মানসে নাগশংকৰ দেৱালয়ৰ সমীপৰ পথৰ কাষত চোকা অস্ত্ৰৰে ডেঙি ৰেপি প্ৰেমিকা পপীক নৃশং ভাবে হত্যা কৰিছিল ।

প্ৰথমে হত্যাকাণ্ডৰ কোনো তথ্য পোৱা নাছিল যদিও আৰক্ষীয়ে বিজ্ঞানসন্মত ভাবে অনুসন্ধান চলাই ২৪ ঘন্টাৰ ভিতৰতে হত্যাৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হয়৷

বিশ্বনাথৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল হত্যাকাৰী তথা পপী বৰাৰ অবৈধ প্ৰেমিক মানস গগৈক।

আজি বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই সন্দৰ্ভত সংবাদ মেল আয়োজন কৰি আৰক্ষী অধীক্ষক নবীন সিঙে কয় যে, ইতিমধ্যে হত্যাকাৰীয়ে নিজে এই হত্যা কৰা বুলি স্বীকাৰ কৰিছে আৰু হত্যাকাৰীৰ পৰা আৰক্ষীয়ে পপী বৰাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ আৰু বহু কাপোৰ-কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে সংবাদ মেলত বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাও উপস্থিত থাকে।

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd