• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2022 7:59 am
দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে।

দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে।

187
VIEWS
Share on FacebookShare on Twitter

লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডেক দেশৰ নতুন সেনা প্ৰধান হিচাপে নিযুক্ত দিয়া হৈছে।দেশৰ ২৯সংখ্যক সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব মনোজ পাণ্ডেই। প্ৰথমবাৰৰ বাবে এগৰাকী অভিযন্তা (ইঞ্জিনিয়াৰ) দেশৰ সেনাপ্ৰধান হিচাপে নিযুক্ত হ’ল।  

মনোজ পাণ্ডেই বৰ্তমান সহকাৰী সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তেওঁৱেই এইবাৰ সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনেৰ স্থানত অধিষ্ঠিত হ’ব।

উল্লেখ্য যে চলিত মাহতেই সেনা প্ৰধান নাৰাৱনে অৱসৰ গ্ৰহণ কৰিব। অহা ৩০ এপ্ৰিলত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব। তাৰ পিছতে মনোজ পাণ্ডে দায়িত্বভাৰ গ্ৰহণ কৰিব।

সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা সদৰী কৰা হয় যে মনোজ পাণ্ডেক পৰৱৰ্তী দেশৰ সেনা প্ৰধানৰ দায়িত্ব দিয়া হ’ব। প্ৰথমবাৰৰ বাবে সেনাৰ অভিযন্তা পদৰ পৰা সেনা বাহিনীৰ প্ৰধান হিচাপে তেওঁক নিযুক্ত দিয়া হৈছে।

লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে ১৯৮২ চনত নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা স্নাতক হোৱাৰ পিছত অভিযন্তা পদত নিযুক্ত হয়।

তেওঁ জম্মু-কাশ্মীৰৰ পাল্লানওৱাল ছেক্টৰক অপাৰেশ্যন পৰাক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰপিছত তেওঁ ইষ্টাৰ্ণ কমাণ্ডৰ দায়িত্ব লাভ কৰে। আন্দামান নিকোবৰত কমাণ্ডাৰ ইন চীফ পদতো কাৰ্যনিৰ্বাহ কৰিছিল পাণ্ডে। মনোজ পাণ্ডেই উত্তৰ-পূৰ্বাঞ্চলতো সন্ত্ৰাসবাদ বিৰোধী যুঁজত নেতৃত্ব দিছিল।  

চলিত বছৰতেই মনোজ পাণ্ডে সহাৰী সেনা প্ৰধান হিচাপে নিযুক্ত হয়। ইপিনে, ২৮ মাহ সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ৩০ এপ্ৰিলত মনোজ মুকুন্দ নাৰাৱনে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই সেনা প্ৰধানৰ দায়িত্ব চম্ভালিব মনোজ পাণ্ডেই।  

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd