• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফালৈ যুৱ প্ৰজন্ম: মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ চৰকাৰক কঠোৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2022 8:58 pm
ULFA (I)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) লৈ ৰাজ্যৰ যুৱ প্ৰজন্মৰ নতুনকৈ বৃদ্ধি পোৱা ধাউতিৰ মাজতে যুৱক-যুৱতীসকলক নিষিদ্ধ সংগঠনটোত যোগদান নকৰিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

তেওঁ কয় যে এতিয়া অসমত শান্তি আহিছে আৰু ভয় তথা সন্ত্ৰাসৰ পৰিৱেশ ক্ৰমান্বয়ে সমাপ্ত হৈছে। এনে পৰিস্থিতিত তেওঁ যুৱক-যুৱতীসকলক পুনৰ তেজৰ ফাকু খেলাৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে।

Apply Now

লগতে তেওঁ আলফাৰ সেনাধ্যক্ষক যুৱকসকলক ইয়াত অন্তৰ্ভুক্ত নকৰি, আনকি কোনো যুৱক-যুৱতী আলফালৈ গ’লেও ঘূৰাই পঠাবলৈ আহ্বান জনায়।

আনহাতে আলফা (স্বাধীন) লৈ যুৱক-যুৱতীৰ গমন সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ডঃ শইকীয়াই কয় যে বিগত সময়চোৱাত পঞ্চাশ জনতকৈ অধিক যুৱক-যুৱতী তথা বিবাহিত লোকে আলফাত যোগদান কৰি অসম এৰা খবৰে তেওঁক উদ্বিগ্ন কৰি তুলিছে।

তেঁও নৱপ্ৰজন্মক আলফাৰ দৰে সংগঠনত যোগদান কৰাৰ বিপৰীতে সৃষ্টিশীল কৰ্মৰ লগতে কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ আদিত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

সন্ত্ৰাসবাদ কেতিয়াও দেশ নিৰ্মাণৰ সুপথ হব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ লগতে অসম চৰকাৰকো তীক্ষ্ণ সমালোচনা কৰে। ডঃ শইকীয়াই কয় যে অসম চৰকাৰে যুৱক-যুৱতী সকলক যি ধৰণেৰে বিভিন্ন প্ৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা নকৰাৰ লগতে এনেধৰণৰ বিদ্রোহী সংগঠনত যোগদান কৰাত বাধা আৰোপ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

আনহে নালাগে চৰকাৰে কোনো ধৰণৰ সজাগতামূলক ব্যৱস্থাও গ্ৰহণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন অবিভাৱকক অধিক সতৰ্কতা অৱলম্বন কৰি নিজ নিজ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

আনহাতে এই সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে নিবনুৱা সমস্যাৰ বাবে মানুহ বিচলিত হৈ উগ্ৰপন্থী হৈ পৰিছে।

চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে চৰকাৰ কেৱল মন্দিৰ-মছজিদৰ যুদ্ধৰ ব্যৱস্থাত আছে। যুৱকসকল এতিয়া হতাশ। সেইকাৰণে তেওঁলোকক পথভ্ৰষ্ট হ’বলৈ আৰু ভুল পথত খোজ কাঢ়িবলৈ বাধ্য কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd