• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“বিজেপি চৰকাৰৰ দিনত ক’ৰ্ট কাছাৰিৰ প্ৰয়োজন নাই, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জে’ললৈ পঠায়”-অখিল গগৈ

এন ই নাও নিউজ,যোৰহাট by এন ই নাও নিউজ,যোৰহাট
April 25, 2022 4:37 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

198
VIEWS
Share on FacebookShare on Twitter

“বিজেপি চৰকাৰ দিনত ক’ৰ্ট কাছাৰিৰ প্ৰয়োজন নাই l বৰ্তমান চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জে’ললৈ পঠায় l” যোৰহাটত এই ভাষ্য দাঙি ধৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েl

অখিল গগৈয়ে লগতে কয়, “হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত তেওঁ গ্ৰেপ্তাৰ হোৱা হ’লে এনকাউন্টাৰ হ’লহেতেন। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীও, গৃহ মন্ত্ৰীও, ডিজিপিও সকলো।‘’

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

যোৰহাট আদালতত হাজিৰ হৈ অখিল গগৈয়ে মন্তব্য কৰে যে কা আন্দোলন মষিমূৰ কৰিবলৈকে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল l অখিল গগৈয়ে কা বিৰোধী আন্দোলন পুনৰ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়l

উল্লেখ্য যে কা আন্দোলনৰ সময়ত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ হোৱা অখিল গগৈয়ে আজি আদালতত হাজিৰ হ’বলগীয়া দিনটোত যোৰহাটত আহি উপস্থিত হয় l

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত ৩মাহত ৩গৰাকী মুখ্য ন্যায়াধীশ! দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা

ইপিনে, অখিল গগৈৰ অধিবক্তাই গোচৰটো ভুৱা বুলি ভাষ্য প্ৰদান কৰে l

Recent News

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd