• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ নকৰিলে নাপাব ৰেচনৰ সামগ্ৰী, ডীলাৰৰ সৈতে উপায়ুক্তৰ বৈঠক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
April 28, 2022 6:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী লাভ কৰিবলৈ এতিয়াৰে পৰা আধাৰৰ সৈতে ৰেচন কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে।

এই সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন আৰু খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জিলা কাৰ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা হয় অন্ন যোজনা সন্দৰ্ভত এক আলোচনা।এই উপলক্ষ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ ডীলাৰৰ সৈতে এক আলোচনাত মিলিত হয়।

বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত(খাদ্য আৰু অসামৰিক যোগান) নৱজ্যোতি ওজা আৰু অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীৰ উপস্থিতিত জিলাখনৰ ডীলাৰসকলৰ অধীনত থকা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নামৰ সৈতে আধাৰ সংযোগ কৰা আৰু অন্ন যোজনাৰ সামগ্ৰীসমূহ উঠোৱাৰ ক্ষেত্ৰত ই-পচ মেচিনেৰে লেন-দেন কৰাটো বাধ্যতামূলক কৰা সন্দৰ্ভত আলোচনা কৰে।

গতিকে এইক্ষেত্ৰত জিলাখনৰ ডীলাৰসকলে কিমানখিনি কাৰ্যপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকে পোৱা সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লৈছে সেই সম্পৰ্কে যোগান বিভাগৰ পৰিদৰ্শকৰ পৰা বুজ লয়।এই সন্দৰ্ভত আধাৰ কাৰ্ড নোহোৱা,এন আৰ চি সমস্যা,কোনোবা হিতাধিকাৰীৰ মৃত্যু হোৱা অথবা কোনোবা বাহিৰত থকাৰ বাবে যিসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোগ হোৱা নাই সেই সমস্যা অতি শীঘ্ৰে আঁতৰ কৰাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ যোগান বিভাগৰ পৰিদৰ্শক আৰু ডীলাৰ সকলক নিৰ্দেশ দিয়ে উপায়ুক্ত নবদ্বীপ পাঠকে।

তদুপৰি আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ১০০ শতাংশ পঞ্জীয়ন নিশ্চিত কৰিবলৈ যোগান বিভাগৰ পৰিদৰ্শকসকলক ডীলাৰসকলক সহায় কৰিবলৈ উপায়ুক্ত উপায়ুক্ত পাঠকে পৰামৰ্শ দিয়ে।বিষয়টোৰ গুৰুত্ব বুজি ডীলাৰসকলে যথাযথ ব্যৱস্থা গ্ৰহণ নকৰিলে পিছলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী নাপাব।

গতিকে হিতাধিকাৰীসকলক আধাৰ সংযোগ কৰাটো নিতান্তই প্ৰয়োজন বুলি উপলব্ধি কৰাব লাগিব বুলি কৈ উপায়ুক্তগৰাকীয়ে ডীলাৰসকলক এই কাম আগন্তুক দহ দিনৰ ভিতৰত নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে ৷

আলোচনাত যোগান বিভাগৰ জিলা কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক পৰমেশ ভট্টাচাৰ্য সমন্বিতে পৰিদৰ্শক,উপ-পৰিদৰ্শক আৰু আন আন বিষয়ববীয়া আৰু ডীলাৰসকল উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd