• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
April 29, 2022 1:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ দলিত সম্প্ৰদায়ৰ নেতা তথা কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক অসাংবিধানিক ভাৱে গ্ৰেপ্তাৰৰ প্ৰতিবাদত তথা গণতন্ত্ৰ ৰক্ষা কৰা, ক্ষমতাৰ অপব্যৱহাৰ বন্ধ কৰা আৰু অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত বঙাইগাঁও জিলা কংগ্ৰেছে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়” ৰাজীৱ ভৱন”ৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে ৷

উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ নেতা -কৰ্মীসকলে মোদী চৰকাৰৰ অত্যাচাৰী শাসন বন্ধ কৰক, মিছা কথাত গোচৰ দিয়া নচলিব, মোদী চৰকাৰ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, অসম চৰকাৰ নিপাত যাওক, নৰেন্দ্ৰ মোদী গ’ বেক, দলিত নেতা জেগনেশ মেৱানীক মুকলি কৰি দিয়ক, বাক স্বাধীনতা হৰণ কৰা নচলিব, গণতন্ত্ৰ ৰক্ষা কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Apply Now

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰ আৰু ৰাজ্যত যি বিজেপি চৰকাৰ চলি আছে তেওঁলোকে সংবিধানৰ নামত শপত খাই চৰকাৰ গঠন কৰিছে যদিও ভাৰতৰ সংবিধানক নাকচ তথা ধূলিসাৎ কৰাৰ বাবে অহৰহভাৱে চেষ্টা চলাই আছে সংবিধান প্ৰদত্ত বাক স্বাধীনতাক খৰ্ব কৰি ৷ আমাৰ ইয়াত শিলাদিত্য, সত্যৰঞ্জন বৰাকে ধৰি কিছুমান মানুহ আছে, তেওঁলোকে কিমান বেয়া বেয়া কথা কয় ৷

কিন্তু তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যৱস্থা লোৱাৰ সময় নাই ৷ গুজৰাটৰ কোনোবা এজনে কিবা এটা টুইটাৰত লিখিছে কোৱাও নাই, তাকে লৈ তেওঁ ইমানে সৰৱ হৈ গ’ল যে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহিবলগীয়া হ’ল ৷ সংবিধানক আপুনি সন্মান কৰা শিকক ৷ আপুনি সাংবিধানিক পদত আছে, সংবিধানৰ নামত শপত খাই আছে ৷ সংবিধানে আমাক যি বাক স্বাধীনতাৰ অধিকাৰ দিছে সেয়া ৰক্ষা কৰক ৷ আপুনি সংবিধানৰ বিৰুদ্ধে গৈ যি কাম কৰিব আমি কংগ্ৰেছ দলে তাৰ প্ৰতিবাদ কৰিমেই ৷ ক্ষমতা চিৰস্থায়ী নহয় ৷

যিদিনাখন আপুনি ক্ষমতাৰ পৰা যাব যাতে এই সমাজৰ পৰিৱেশ এনেকুৱা ৰচনা কৰি নাযায় যে আপোনাৰ ওপৰতে আকৌ বেলেগ চৰকাৰে আহি এনেকুৱা ধৰণৰ পদক্ষেপ ল’বলৈ বাধ্য হয় ৷ গতিকে তেওঁক আমি অনুৰোধ জনাইছো তেওঁ যাতে সংবিধানত যিবিলাক বাক স্বাধীনতাই কওক, গণতান্ত্ৰিক অধিকাৰে কওক আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে সেইবোৰ ব্যক্তি এজনে পালন কৰাৰ ক্ষেত্ৰত বা উপভোগ কৰাৰ ক্ষেত্ৰত যাতে তেওঁ কোনো ধৰণে বাধা আৰোপ নকৰে ৷

বিধায়কগৰাকীয়ে লগতে কয় যে জিগনেশ মেৱানী হ’ল এগৰাকী দলিত নেতা ৷ বিজেপি চৰকাৰ দলিত, অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু বিৰোধী ৷ কিন্তু গুজৰাটৰ পৰা এজন দলিত নেতাক গ্ৰেপ্তাৰ কৰি আনি পুনৰ তাক প্ৰমাণ কৰিলে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd