• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক শ্ল’গান: বিপদত ইমৰান খান, গ্ৰেপ্তাৰৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2022 8:44 pm
Imran Khan
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদে লগ নেৰা হৈছে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক। কিছুদিন পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰগাৰমুখী হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।

ফৈজালাবাদত ইমৰান খানৰ বিৰুদ্ধে বিদ্বেষৰ এটা গোচৰ ৰুজু কৰা হৈছে। কেইদিনমান পূৰ্বে ইমৰানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ কৰ্মী আৰু সমৰ্থকসকলে চৌদি আৰৱৰ মদিনা ভ্ৰমণৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

Apply Now

প্ৰতিবাদৰ সময়ত তেহৰিক-ই-ইনচাফৰ কৰ্মী আৰু সমৰ্থকসকলে শ্বাহবাজ শ্বৰীফক উদ্দেশ্যি “চোৰ চোৰ” বুলি শ্ল’গান দিছিল।এই সন্দৰ্ভত বৰ্তমানৰ পাকিস্তান চৰকাৰে ইমৰান খান আৰু আন কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে ইমৰান খানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেওঁ ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ সতৰ্কবাণী দিছে।

গোচৰটোৰ বাকী অভিযুক্তসকলৰ তালিকাত প্ৰাক্তন আভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদ আৰু ইমৰান খানৰ মুখ্য কৰ্মচাৰী শ্বাহবাজ গিলৰ নামো অন্তৰ্ভুক্ত আছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত শ্বাহবাজ আৰু তেওঁৰ নেতৃত্বত দলটোৰ সদস্যসকলে বৃহস্পতিবাৰে মদিনাৰ পয়গম্বৰমছত ভৰি দিয়াৰ সময়ত তেওঁলোকক উদ্দেশ্যি তেহৰিক-ই-ইনচাফৰ কৰ্মীসকলে “চোৰ, বিশ্বাসঘাতক” আদি শব্দৰে আক্ৰমণ কৰাৰ দৃশ্য প্ৰকাশ পাইছে।

মদিনা আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোত জড়িত থকাৰ অভিযোগত পাঁচজন পাকিস্তানীক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে ইমৰান খানে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত তেওঁ জড়িত নহয় বুলি দাবী কৰিছে ইমৰান খানে।

এটা টিভি সাক্ষাৎকাৰত তেওঁ কয় যে এনে এক পবিত্ৰ তীৰ্থগৃহত তেওঁ কাকো বিদ্বেষমূলক শ্ল’গান দিবলৈ নিৰ্দেশ দিয়াৰ কল্পনা কৰিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd