• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ইছলামধৰ্মী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ; উপস্থিত বিধায়ক অখিল গগৈ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
May 3, 2022 1:39 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

171
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ ষ্টেচন চাৰি আলি, জেঙনীকটীয়া জুম্মা মছজিদকে ধৰি কেইবাটাও স্থানত মংগলবাৰে পুৱা শান্তি সম্প্ৰীতিৰ কামনাৰে সমূহীয়া নামাজ পঢ়া হয়। লগতে ভাতৃত্ববোধ অটুট থকাৰ কামনাৰে সকলোৱে দোৱা কৰে।

বিগত দুটা বৰ্ষত ক’ভিড পৰিস্থিতিৰ বাবে সমূহীয়া নামাজ পঢ়াত জটিলতাই দেখা দিছিল যদিও এইবাৰ শিৱসাগৰতো মুকলিমূৰিয়াকৈ শ শ ইছলাম ধৰ্মীয় লোক ওলাই আহে নামাজ পঢ়িবলৈ।

ইপিনে ঈদ উপলক্ষে শিৱসাগৰৰ জেঙনিকটীয়া মছজিদত ঈদৰ শুভেচ্ছা জনাবলৈ উপস্থিত হয় বিধায়ক অখিল গগৈ।

মছজিদৰ পৰা নামাজ আদায় কৰি অহা প্ৰতিগৰাকী ব্যক্তিক ঈদৰ শুভেচ্ছা জনায় বিধায়ক অখিল গগৈয়ে।

ফটো: নৰ্থইষ্ট নাও।

জেঙনিকটীয়ে যুৱ জামাতে বিতৰণ কৰা চৰবত মিঠাইৰ সোৱাদো লয় অখিল গগৈয়ে।

লতদুপৰি, মছজিদ কমিটিয়ে বিধায়ক গৰাকীক এটা টুপী আৰু এখন ৰুমাল প্ৰদান কৰি ঈদৰ শুভেচ্ছা জনায়। 

Recent News

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd