• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুইয়ে পোৰা সোণ বিচাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা দেবব্রত শইকীয়া

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
May 5, 2022 8:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ধাৰাবাহিকভাবে বিভিন্ন নিৰ্বাচনত মুখ থেকেচা খোৱা অসম প্ৰদেশ কংগ্রেছ দলটো পুনৰ শক্তিশালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুইয়ে পোৰা সোণ বিচাৰি শীৰ্ষক কাৰ্য্যসূচীৰ অংশ হিচাপে দলটো আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দূৰ্গ ৰূপে পৰিচিত ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত।

সভাপতি ভূপেন বৰা আৰু দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশগ্রহণ কৰে। দলটোক কিদৰে পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত তেওঁলোকে দলীয় কৰ্মী সকলৰ মত বিনিময় কৰে। কেইবা শতাধিক দলীয় কৰ্মীয়ে সভাখনত অংশ লয় ।

লগতে পঢ়ক: বজাৰত জুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই(এম)ৰ বিক্ষোভ কাৰ্যসূচী

Apply Now

২০১৪ চনৰ পৰা ধাৰাবাহিকভাবে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মী সকলক প্রশংসা কৰি সভাপতি গৰাকীয়ে কয় যে দলীয় কৰ্মী সকলৰ দিহা পৰামৰ্শ, সমালোচনা আৰু সঠিক নিৰ্দেশনাৰে দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্রয়াস চলোৱা হ’ব। বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত দলে কাম কৰিব বুলিও মন্তব্য কৰে।

জ্যোষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াই সাংবাদিকৰ আগত কয় যে গণতন্ত্রৰ প্রতি বিজেপি দলে ভাবুকি আনিছে। কংগ্রেছ দলক জীয়াই ৰাখিলেহে গণতন্ত্র জীয়াই থাকিব। নেতা গৰাকীয়ে বিজেপিয়ে প্রলোভনৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে।  গণতন্ত্রত প্রলোভনৰ ৰাজনীতি চলা উচিত নহয়  বুলিও কয়।

এফালে অৰণোদয় নামত ধন দিছে অন্য ফালে গেছ, পেট্র’লত কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে। বিজেপিয়ে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা দিয়াৰ বিপৰীতে আদানী ,আম্বানীকহে অৰ্থনৈতিক স্বাধীনতা দি ভাৰতৰ জনসাধাৰণক আদানী-আম্বানীৰ গোলাম কৰিব খুজিছে। কংগ্রেছ দলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি মত প্রকাশ কৰে নেতাগৰাকীয়ে।

লগতে পঢ়ক: লগ এৰা নাই বিপদে! জিগনেশ মেৱানীক তিনি মাহৰ কাৰাদণ্ড

কংগ্রেছ দলৰ নেতা কৰ্মীৰ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত নেতা গৰাকীয়ে কয় যে সুবিধাবাদী আৰু পদবী লোভী হোৱাৰ বাবে তেনে হ’ব পাৰে। মাৰ্ঘেৰিটা ব্লক কংগ্রেছৰ  কাৰ্যকৰী সভাপতি তাৰা প্রসাদ দিহিঙীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত অংশ গ্রহণৰ পাছতেই ডিগবৈত আন এখন কৰ্মী সভা অভিমুখে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি সহ দলটো ৰাওনা হয়।

আজিৰ সভাত দলে আশা কৰাতকৈ অধিক লোক সমবেত হোৱাত দলৰ মাজত উচাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd