• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত গুণোৎসৱ-২০২২ ৰ প্ৰস্তুতি,বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 7, 2022 3:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত গুণোৎসৱ-২০২২ ৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলি আছে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট গ্ৰেড বিশেষ ফলাফল লাভ কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰা ‘গুণোৎসৱ-এক গুণগত পদক্ষেপ’ ৰূপায়ণ কৰি আহিছে।

ইতিমধ্যে অসমৰ আন আন জিলাৰ লগতে বঙাইগাঁও জিলাতো দুটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে। এইবছৰ তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। বিদ্যালয়ৰ কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সজাগতা সৃষ্টি, চৰকাৰী বিদ্যালয় ব্যৱস্থা সন্দৰ্ভত ৰাইজ আৰু অভিভাৱকসকলৰ মাজত ইতিবাচক অনুভৱ সৃষ্টি কৰাত গুণোৎসৱে ইতিবাচক প্ৰভাৱ পেলাইছে।

গুণোৎসৱৰ অধীনত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, চাহ বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ সামৰি লোৱা হ’ব। বিদ্যায়তনিক, সহঃ বিদ্যায়তনিক আৰু ৰাইজৰ অংশগ্ৰহণ আৰু আন্তঃগাঁথনি আদি দিশ সামৰি বিদ্যালয়সমূহ মূল্যায়ণ কৰা হ’ব। বঙাইগাঁও জিলাত গুণোৎসৱ-২০২২ ৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুতোৱা হৈছে। গুণোৎসৱত জড়িত কৰি বহিৰ্মূল্যায়ক, নোডেল শিক্ষক, সংযোগী বিষয়া (Liasioning Officer) আদি বাচনি কৰা হৈছে।

জিলাখনৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, মহাবিদ্যালয়ৰ অধ্যাপক আদিক বহিৰ্মূল্যায়ক হিচাপে বাচনি কৰি ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। বৃহস্পতিবাৰে বীৰঝৰা বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহিৰ্মূল্যায়কৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে উপায়ুক্ত নৱদ্বীপ পাঠকে।

বীৰঝৰা বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বঙাইগাঁও জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত বহিৰ্মূল্যায়কসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।

গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিখন বিদ্যালয়ৰে প্ৰধান শিক্ষকক বাদ দি আন এজন শিক্ষকক নোডেল শিক্ষক হিচাপে বাচনি কৰি যাৱতীয় প্ৰশিক্ষণ দিয়া হৈছে আৰু সংযোগী বিষয়াজনে বহিৰ্মূল্যাংকনৰ লগত যোগাযোগ কৰি প্ৰয়োজনীয় সহায় আগবঢ়াব।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd