• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ : ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হ’ব পাৰে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 14, 2022 5:28 pm
204
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষেত্ৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি পদত্যাগ কৰে। বিজেপি শাসিত ৰাজ্য খনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি তেওঁৰ পদত্যাগ পত্ৰ ৰাজপালৰ হাতত অৰ্পন কৰে।

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে আজি বিয়লি ৫ বজাত বিজেপি বিধায়িনী দলৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হয় । এই বৈঠকতে নতুন মুখ্যমন্ত্ৰী এগৰাকী নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে শনিবাৰে ৰাজ্যপাল এছ এন আৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। দেৱে ৰাজভৱনত ৰাজ্যপালক লগ কৰাৰ পিছত এই ঘোষণা কৰে। বৃহস্পতিবাৰে তেওঁ নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিছিল।

উক্ত সাক্ষাতৰ পিছতে দেৱৰ পদত্যাগৰ বিষয়টো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ইপিনে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহাক ত্ৰিপুৰাৰ অন্তৰ্ৱতীকালীন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰাজ্যখনত অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২০ চনৰ ডিচেম্বৰত ত্ৰিপুৰাৰ ৭ জন বিজেপি বিধায়কে দেৱৰ বিৰুদ্ধে “একনায়কত্ববাদ “ৰ অভিযোগ উত্থাপন কৰিবলৈ নতুন দিল্লীলৈ উৰা মাৰিছিল। বিধায়কসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দেৱৰ বিৰুদ্ধে বহু তথ্যৰ যোগান ধৰিছিল।

বিসম্বাদী বিধায়কসকলৰ মতে ২০১৮ চনত ত্ৰিপুৰাত বিজেপিক শাসনলৈ অহাত সহায় কৰা দলৰ নেতাসকলক দেৱে অৱজ্ঞা কৰিছে৷

ত্ৰিপুৰা কংগ্ৰেছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ অভিযোগত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ দাবী কৰি আহিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছিল। বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত বিজেপি দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰ অভিযোগ উঠিছিল।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd