• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2022 1:07 pm
175
VIEWS
Share on FacebookShare on Twitter

প্ৰসাদ ল’বলৈ  ল’ৰাঢপৰা কৰা সময়তে পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হোৱাৰ ঘটনা ঘটিছে মধ্যপ্ৰদেশত। দেওবাৰে মধ্য প্ৰদেশৰ সাগৰত ঘটা এই ঘটনাকলৈ স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে এতিয়া আহত সকলোৰে শাৰীৰিক অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে।

দেওবাৰে মধ্য প্ৰদেশৰ সাগৰত ‘ৰামকথা’ৰ আয়োজন কৰা হৈছিল। তাত কমেও ২৫,০০০ ভক্তই ইয়াত অংশগ্ৰহণ কৰিছিল। ‘ৰামকথা’ৰ সমাপ্তিৰ পিছত নাৰিকল প্ৰসাদ বিতৰণ কৰা হয়। ইয়াক ল’বলৈ ভক্তসকলৰ মাজত ল’ৰাঢপৰা লাগে।

প্ৰসাদৰ ল’বৰ বাবে ভক্তসকলৰ মাজত খুন্দিয়াখুন্দি আৰম্ভ হয়। কিছুমানে চম্ভালিব নোৱাৰি তলত পৰি যায়। ইয়াৰ ফলত পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয় লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হয়।

আকাশ ৰাজপুত নামৰ এজন স্থানীয় স্বেচ্ছাসেৱকে কয় যে আয়োজনত কোনো কোনো ত্ৰুটি নাছিল যদিও প্ৰসাদ লোৱাৰ সময়ত কিছুমান ভক্তই হঠাতে বেষ্টনি ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা চলায়। সেই সময়তে হঠাতে ঠেলাহেঁচা আৰম্ভ হয়। কিছুমান তলত পৰি যায়। তেওঁলোক পদপিষ্ট হয়।

Seventeen devotees were injured after a stampede broke out during the distribution of coconuts at a Ram Katha in Bina @ndtv @ndtvindia pic.twitter.com/E3dgeOGroz

— Anurag Dwary (@Anurag_Dwary) May 15, 2022

স্থানীয় উপ-মণ্ডলিক দণ্ডাধীশ শৈলেন্দ্ৰ সিঙে কয়, “মই দুৰ্ঘটনাটোৰ বিষয়ে শুনিছো। প্ৰসাদৰ নাৰিকল বিতৰণৰ সময়তে ঘটনাটো ঘটে। দেওবাৰে আবেলি ৪ বজালৈকে প্ৰায় ১৭ জন লোক পদপিষ্ট হৈছিল। সকলোৰে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।”

Recent News

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd