• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2022 10:20 am
Darrang Police announce Rs 2 lakh reward
151
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰি জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া ঘটনাত জড়িত চোৰাংচিকাৰীৰ তথ্য সহ সন্ধান দিব পৰা ব্যক্তিৰ বাবে নগদ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দৰং আৰক্ষীয়ে।

দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়ে কয় এই অপৰাধৰ সৈতে জড়িত দলটোৰ বিষয়ে কোনো তথ্য বা সূত্ৰ প্ৰদান কৰা যিকোনো ব্যক্তি বা সংগঠনৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰা হৈছে।

তেওঁ জনায় যে যদি কোনো ব্যক্তিৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য থাকে তেন্তে তেওঁলোকে ৯৪৩৫৭৪৬০৭৫ নম্বৰত ফোন কৰিব পাৰে।

তথ্যৰ যোগান ধৰা ব্যক্তিসকলৰ পৰিচয় গোপনীয় ৰখা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে এনেদৰে অভিনৱ পন্থা গ্ৰহণ কৰি চোৰাং চিকাৰীসকলে ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰি খৰ্গ কাটি নিছে।

গঁড়টোক হত্যা নকৰাকৈয়ে জীৱিত অৱস্থাত বিশেষজ্ঞৰ দৰে চোৰাংচিকাৰীৰ দলটোৱে খৰ্গ কাটি নিয়ে।

আৰক্ষীয়ে চোৰাং চিকাৰীৰ এই দলটোৰ সন্ধান লাভ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে।

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd