• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 10:26 am
Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

এলন মাস্ক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ কোম্পানীৰে এগৰাকী বিমান সেৱিকক যৌন নিৰ্যাতন আৰু তাৰ পিছত মুখ বন্ধ ৰাখিবলৈ ২,৫০,০০০ ডলাৰৰ ‘ক্ষতিপূৰণ’। বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ বিৰুদ্ধে এনে এক চাঞ্চল্যকৰ দাবী কৰিছিল এক সংবাদ মাধ্যমে।

দৰাচলতে সেই সংবাদ মাধ্যমে কি দাবী কৰিছিল? দাবী কৰা মতে ঘটনাটো ২০১৬ চনত এক উৰণৰ সময়ত সংঘটিত হৈছিল। ভুক্তভোগী বিমান সেৱিকাগৰাকী চুক্তিভিত্তিত মাস্কৰ কোম্পানী স্পেচএক্সত কাম কৰিছিল। কৰ্পোৰেট উৰণৰ সময়ত মাস্কে যুৱতীগৰাকীক তেওঁৰ পুৰুষাংগ দেখুৱাইছিল। তাৰ পিছত তেওঁৰ অনুমতি অবিহনে ভৰিত স্পৰ্শ কৰিছিল।

লগতে পঢ়ক: Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

সেইদৰে, তেওঁ যুৱতীগৰাকীক মালিচ কৰি দিলে এটা ঘোঁৰা কিনি দিয়াৰো প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীয়ে এগৰাকী বান্ধৱীক কৈছিল যে বিমান সেৱিকা হিচাপে চাকৰি পোৱাৰ সময়ত তেওঁক জোৰ কৰি মেচেজদাতাৰ অনুজ্ঞাপত্ৰও দিয়া হৈছিল। উদ্দেশ্যটো হৈছে যাতে তেওঁ মাস্কক মালিচ দিব পাৰে।

পিছত উৰণৰ সময়ত মাস্কে তেওঁক তেওঁৰ কোঠালৈ মাতি নিছিল। সেই সময়ত ধনকুবেৰজনৰ শৰীৰত পোছাক বুলিবলৈ প্ৰায় একো নাছিল। তলৰ অংশত কেৱল এখন সৰু কাপোৰ ঢাকি ৰখা আছিল। তাৰ পিছত তেওঁ ইয়াকো আঁতৰাই যুৱতীগৰাকীক অসৎ প্ৰস্তাৱ আগবঢ়াইছিল।

উক্ত সংবাদ মাধ্যমে লগতে দাবী কৰে যে ২০১৮ চনত তেওঁ ভুক্তভোগীৰ মুখ বন্ধ ৰাখিবলৈ মাস্কে ২,৫০,০০০ ডলাৰ পৰিশোধ কৰিছিল।

লগতে পঢ়ক: জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ইপিনে, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰক “ৰাজনৈতিক প্ৰতিশোধ” বুলি অভিহিত কৰিছে মাস্কে। সংবাদ মাধ্যমে এই সন্দৰ্ভত যোগাযোগ কৰাত বিশ্বৰ অন্যতম ধনী ব্যক্তিগৰাকীয়ে কয়, “এই কাহিনীৰ সৈতে আৰু বহু কথা আছে। যদি সঁচাই মই এনেধৰণৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত হ’লোহেঁতেন, তেন্তে ৩০ বছৰীয়া কেৰিয়াৰত এনে অভিযোগ এই প্ৰথমবাৰ পোহৰলৈ নাহিলেহেঁতেন।‘’ তেওঁ পিছত টুইট কৰি অভিযোগটো অস্বীকাৰ কৰিছে আৰু অভিযোগকাৰীৰ বিৰুদ্ধে চিধা প্ৰত্যাহ্বান আগবঢ়াইছে।

But I have a challenge to this liar who claims their friend saw me “exposed” – describe just one thing, anything at all (scars, tattoos, …) that isn’t known by the public. She won’t be able to do so, because it never happened.

— Elon Musk (@elonmusk) May 20, 2022

বিগত কিছুদিন ধৰি এলন মাস্কে টুইটাৰ ক্ৰয়ৰ বিষয়টোৱে চৰ্চাৰ মাজত আছে। টুইটাৰ সম্পৰ্কত এলন মাস্কৰ পৰিকল্পনাসমূহকলৈও জল্পনা-কল্পনা চলি আছে। তাৰমাজতে যৌন নিৰ্যাতনৰ অভিযোগ পোহৰলৈ অহাত নতুন এক বিতৰ্কৰ মাজত সোমাই পৰিছে এলন মাস্ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd