• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 23, 2022 3:54 pm
186
VIEWS
Share on FacebookShare on Twitter

অতিমাৰী কোভিডে সৃষ্টি কৰা দুখন ছবিয়ে এতিয়া ৰোগেও যে মানুহক ধনী কৰিব পাৰে তাকেই প্ৰমাণ কৰিছে।

যিটো সময়ত কোভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে বিশ্বৰ কোটি কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাই দুখ-দৈন্যতাৰে সহাৱস্থান কৰিছে সেই সময়তে কেৱল কোভিড পৰিস্থিতিৰ বাবেই প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক কোটিপতি হৈছে। এয়া আমি কোৱা কথা নহয়। এয়া কোৱা হৈছে অক্সফাম ইণ্টাৰনেচনেলৰ প্ৰতিবেদনত।

প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰতি ৩০ ঘণ্টাত এজন নতুন কোটিপতিৰ সৃষ্টি হৈছে।
আনহাতে কোভিডৰ বাবেই প্ৰতি ৩৩ ঘণ্টাত প্ৰায় ১০ লাখ লোক চৰম দৰিদ্ৰতাৰ মুখলৈ গতি কৰিছে।

ছুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাত অক্সফাম ইণ্টাৰনেচনেলৰ কাৰ্যবাহী সঞ্চালক গেব্ৰিয়েলা বুচাৰে কয় যে কোভিডৰ বাবে কোটি কোটি লোক চৰম দুৰ্দশাৰ মাজলৈ ধাৱমান হোৱাৰ বিপৰীতে বহু লোক আকৌ ধনীৰ পৰা অধিক ধনী হৈছে।

তেওঁ কয় যে কোভিড মহামাৰীৰ সময়ত আৰু তাৰ পিছতো খাদ্য তথা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিয়ে তেনে ব্যৱসায়ৰ সৈতে জৰিত লোকসকলক পূৰ্বতকৈও অধিক ধনী কৰি তুলিছে।

তেওঁ লগতে কয় যে ২০২০ চনৰ পৰা বিশ্বত বিলিয়নেয়াৰৰ সংখ্যা ৫৭৩ ৰ পৰা ২,৭০০ লৈ বৃদ্ধি পাইছে। ফৰ্বছৰ তথ্য বিশ্লেষণ কৰি প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকৰ সামগ্ৰিক সম্পদ প্ৰায় ৩.৮ ট্ৰিলিয়ন ডলাৰৰ পৰা বৃদ্ধি হৈ ১২.৭ ট্ৰিলিয়ন ডলাৰ হৈছে।

বিগত ২৩ বছৰৰ তুলনাত কোভিডৰ সময়তে কোটিপতিসকলৰ সম্পদ অধিক বৃদ্ধি পাইছে।

আনহাতে কোভিডৰ বাবেই ২০২২ চনত প্ৰায় ২৬৩ নিযুত লোকক চৰম দৰিদ্ৰতাৰ ফালে ঠেলি দিব দিছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd