• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 25, 2022 5:45 pm
202
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কোৱেড সন্মিলনত অংশগ্ৰহণ কৰি জাপান এৰাৰ পিছতে তিনিটাকৈ শক্তিশালী মিছাইলৰ পৰীক্ষণেৰে নিজৰ শক্তিৰ উমান দিলে উত্তৰ কোৰিয়াৰ শাসক কিম জঙে।

বিদেনৰ এছিয়া ভ্ৰমণৰ বিৰোধিতা কৰি অহা কিম জঙে বিদেন এছিয়াত থকাৰ সময়তে মিছাইলৰ পৰীক্ষণ কৰিব বুলি ওলোৱা খবৰৰ সত্যতা প্ৰমাণ কৰি উত্তৰ কোৰিয়াই মিছাইল তিনিটা পৰীক্ষণ কৰে।পৰীক্ষণ কৰা মিছাইল কেইটাৰ ভিতৰত এটা নতুন আৰু অত্যাধুনিক আন্তঃমহাদেশীয় মিছাইলো আছে।

জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাই কিম জঙৰ এনে কাৰ্যক উচটনিমূলক পদক্ষেপৰ আখ্যা দি এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। কোৱাড বৈঠকৰ পিছত ৰাষ্ট্ৰপতি জো বিডেন কালি মঙ্গলবাৰত জাপানৰ পৰা ঘৰলৈ উভতি আহে।

উল্লেখ্য উত্তৰ কোৰিয়াই পৰীক্ষণ কৰা মিছাইল কেইটাৰ ভিতৰত এটা হৈছে আন্তঃমহাদেশীয় মিছাইল (আইচিবিএম) ‘হাৱাচং-১৭’।

এই মিছাইলবিধে কোনো এখন মহাদেশকে নিমিষৰ ভিতৰতে ধ্বংস কৰি দিব পাৰে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।

দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ মিছাইল পৰীক্ষণকলৈ উদ্বেগ প্ৰকাশ কৰিছে। জানিব পৰা মতে উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙৰ সমীপৰ চুনান অঞ্চলত মিছাইলবোৰৰ পৰীক্ষণ কৰা হৈছে।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুও কিছিয়ে প্ৰকাশ কৰা মতে এটা মিছাইল পৃথিৱীৰ পৃষ্ঠৰ পৰা ৭৫০ কিলোমিটাৰ ওপৰলৈ গৈছিল।

উত্তৰ কোৰিয়াৰ এনে কাৰ্য কোনো পধ্যে মানি ল’ব নোৱাৰি বুলি কিছিয়ে মন্তব্য কৰে।

উত্তৰ কোৰিয়াৰ মিছাইল পৰীক্ষণৰ পিছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd