• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যা নে স্বাভাৱিক মৃত্যু! মহানগৰীৰ চান্দমাৰীত পুনৰ মৃতদেহ উদ্ধাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 28, 2022 10:25 am
Body recovered in Guwahati
157
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া কিছুদিন ধৰি গুৱাহাটী মহানগৰীত নিয়মীয়াকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আজি পুনৰ মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ।

এইবাৰ মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাষত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ।

চান্দমাৰীৰ মূল পথৰ দাঁতিত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

লক্ষ্যণীয়ভাৱে মৃতদেহটোৰ কাষতে আৰক্ষীয়ে ড্ৰাগছৰ কন্টেইনাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

মৃহদেহটোৰ পৰিচয় বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ইতিমধ্যে চান্দমাৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

অৱশ্যে এয়া হত্যাকাণ্ড নে অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত হোৱা মৃত্যু, বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।

Recent News

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd