• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈৰ পৰা ঐতিহাসিক কুঁজি সত্ৰৰ প্ৰতিষ্ঠা দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 1:22 pm
Batadrava

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

165
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজ জীৱনৰ পুৰোধা ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰদেৱে নগাঁও জিলাৰ ইতিহাস বিজড়িত বৰদোৱাৰ কিছু নিলগত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ ৩৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে৷

আয়োজকসকলে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, গোবিন্দৰ চৰণত ভোগ অৰ্পণ আৰু পানীতোলা অনুষ্ঠানৰ অন্তত বিয়লি ৩ বজাৰ পৰা শ্ৰী শ্ৰী মহা ভাগৱত পাঠ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব ৷

৭ বজাত সত্ৰ প্ৰাংগণত পৰম্পৰাগতভাৱে নাম- কীৰ্তন পৰিৱেশন কৰা হ’ব ৷

আনহাতে প্ৰতিষ্ঠা দিৱসৰ বাকী দিনকেইটাত দিনে-নিশাই অবিৰতভাৱে ভাগৱত পাঠ চলি থকাৰ বিপৰীতে ২১ এপ্ৰিলৰ দিনা ৩৬৮ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাপালনাম মহোৎসৱৰ আৰম্ভনি হৈ পিছদিনা অৰ্থাৎ ২২ এপ্ৰিলৰ পুৱাৰ ভাগত ইয়াৰ সামৰণি পৰাৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা কীৰ্তন মহোৎসৱ অনুষ্ঠিত হ’ব৷

সেয়েহে ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ আটাইকেইটা দিনৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সঁহাৰি কামনা কৰিছে সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে ৷

 

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd