• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

অসমৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ বাবে মেঘালয় চৰকাৰক আহ্বান বিধায়ক চাওকমিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 8:55 pm
revenue-minister-meghalaya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় পক্ষৰ হস্তক্ষেপেৰে দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে তৃতীয় মেঘালয় বিধানসভাৰ কগ্ৰেছী বিধায়ক বি টি চাওকমিয়ে মেঘালয় চৰকাৰলৈ আহ্বান জনাইছে।

বিধানসভাত কাট মশ্বনৰ মাজৰে উত্থাপন কৰা আলোচনাত চাওকমিয়ে কৈছে যে যিহেতু বহু বছৰৰ পৰা এতিয়ালৈকে এই সমস্যাটো সমাধান নোহোৱাকৈ আছে সেয়েহে উচ্চতম ন্যায়ালয়লৈ সমস্যাটো লৈ যোৱাৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপৰ প্ৰয়োজন।

Apply Now

আন্তঃৰাজ্যিক সীমাৰ কাষে কাষে বাস কৰা ভূ্স্বামীসকলৰ জৰীপ কৰাত পূৰ্বৰ নেতৃত্বৰ উদ্যোগ মনত পেলাই তেওঁ আৰু কৈছে যে আন্তঃৰাজ্যিক সীমাৰ বহু স্থানত কোনো সীমাৰ খুটি নাই।

তেওঁ কয় যে আন্তঃৰাজ্যিক সীমাৰ কাষে কাষে থকা লোকসকলে নিজৰ ভূমি হেৰুওৱাটো উচিৎ নহ’ব আৰু চৰকাৰে তেওঁলোকৰ ভূমি ৰাজ্য চৰকাৰৰ সৈতে পঞ্জীয়ন কৰাৰ বাবে উৎসাহিত কৰিব লাগে।

উমৰ’ইৰ কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৱে কৈছে যে ৰাজ্যখনৰ ভূমি নথিৰ অৱস্থা অত্যন্ত পুতৌজনক আৰু মানুহৰ মেঘালয়ত থকা ভূমি অসম চৰকাৰ সৈতে পঞ্জীয়ন হৈ আছে।

তেওঁ আৰু কৈছে যে কেন্দ্ৰ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অংশ হিচাপে সকলো ভূমি নথি ডিজিটেলাইজ কৰিব লাগে।

তেওঁ আৰু কয় যে ষ্টাম্প কৰ ১২শতাংশ হোৱা হেতুকে এয়া জনসাধাৰণৰ বাবে সমস্যা হৈ পৰিছে আৰু জনসাধাৰণক উৎসাহ প্ৰদান কৰাৰ বাবে ষ্টাম্প কৰ হ্ৰাস কৰিব লাগে।

তেওঁ আৰু কয় যে সঠিক ভূমি নথিৰ অভাৱত বৰ্তমান ভূমিখিনি পুনৰীক্ষণ কৰাৰ দায়িত্ব বিক্ৰেতাসকলৰ ওপৰতে ন্যস্ত হৈ আছে।

লিংডোৱে আৰু কয় যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত দুৰ্যোগ থকাটো অনুচিৎ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলক তাৎক্ষণিক সাহাৰ্য প্ৰদান কৰাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোক এটা কাৰ্যক্ষম বিভাগ হিচাপে গঢ়ি তুলিব লাগে।

তেওঁৰ প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেইমান শ্বিলাই এটা সুদীৰ্ঘ ভাষণ প্ৰদান কৰে কিন্তু দুজন বিধায়কে উত্থাপন কৰা সীমা বিবাদ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়টো স্পৰ্শই নকৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd