• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

HSLC exam result হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ; চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 7, 2022 9:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

HSLC exam result ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিছে এই ফলাফল।

আজি ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰিছে চেইন্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰৰ ৰক্তোৎপল শইকীয়াই। তেওঁ সৰ্বমুঠ ৫৯৭ নম্বৰ লাভ কৰিছে। 

দ্বিতীয় স্থান দখল কৰিছে
ভূয়সী মেধি, লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী
সৰ্বমুঠ নম্বৰ: ৫৯৬

তৃতীয় স্থান দখল কৰিছে
১। মৃদুপৱন কলিতা, ডনবস্কো হাইস্কুল, খেৰনি, পশ্চিম কাৰ্বি আংলং।
২। লাবিব মুজিব, ডনবস্কো হাইস্কুল, বৈৰাগীমঠ, ডিব্ৰুগড়
৩। পাৰ্থ প্ৰতীম দাস, লোহিত ডিক্ৰং হাইস্কুল, বিহপুৰীয়া লখিমপুৰ
সৰ্বমুঠ নম্বৰ: ৫৯৫

Apply Now

চতুৰ্থ স্থান দখল কৰিছে
১। স্বপ্নৰাজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী, বজালী
২। স্নেহা শইকীয়া, দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট
৩। সমাদৃতা শৰ্মা, ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট
৪। অন্বেষা বৰা, ডনবস্কো হাইস্কুল, ডুমডুমা, তিনিচুকীয়া।
সৰ্বমুঠ নম্বৰ : ৫৯৪

পঞ্চম স্থান দখল কৰিছে
১। জুবেৰ হুছেইন, পালহাজি উঃ মাঃ বিদ্যালয়, বৰপেটা
২। প্ৰানজিত বৰদলৈ, নগাঁও আঞ্চলিক হাইস্কুল, দৰং
৩। চেহনাজ অঞ্জুম য়াচমিন, বেনগাৰ্ডেন হাইস্কুল, যোৰহাট
৪। ইকুইট এব্বট দত্ত, চেইন্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ
সৰ্বমুঠ নম্বৰ : ৫৯৩

ষষ্ঠ স্থান দখল কৰিছে
১। বিতোপন মেধি, চেইন্ট চেবাষ্টিয়ান স্কুল, মাটিয়া, গোৱালপাৰা
২। মূৰ্চনা বৰ্মণ, লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী
সৰ্বমুঠ নম্বৰ: ৫৯২

অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ৰক্তোৎপল শইকীয়া।

সপ্তম স্থান দখল কৰিছে
১। জ্যোতিপল তালুকদাৰ, অনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বজালী।
২। শৰ্মিষ্ঠা ভাগৱতী, জৱাহৰজ্যোতি হাইস্কুল, পিঠাগুৰি, লখিমপুৰ
৩। দ্বীপশিখা বৰুৱা, ডিমৌ ছোৱালী উঃ মাঃ বিদ্যালয়, শিৱসাগৰ
৪। প্ৰিয়ানুজ বৰদলৈ, নিউ লুক একাডেমী, ফুকন নগৰ, শিৱসাগৰ
৫। এচলিচা শৰ্মা, চেইন্ট মেৰিজ হায়াৰ চেকণ্ডাৰী হাইস্কুল, গুৱাহাটী
৬। নিশা শৰ্মা, তাৰিণী চৌধুৰী চৰকাৰী উঃ মাঃ বহুমূখী বিদ্যালয়, গুৱাহাটী
সৰ্বমুঠ নম্বৰ : ৫৯১

দ্বিতীয় স্থান প্ৰাপ্ত লিটিল ফ্লাৱাৰ স্কুল, নলবাৰীৰ ভূয়সী মেধি।

অষ্টম স্থান দখল কৰিছে
১। হৰ্ষিতা বৰ্মণ, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বজালী
২। অলিভিয়া বৰা, ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট
৩। ৰাজনন্দিনী বৈদ্য, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও
৪। তেজাল আগৰৱাল, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও
৫। উদেষ্ণা বৰদলৈ, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও
৬। নেহা উপাধ্যায়, বৰচলা উঃ মাঃ বিদ্যালয়, শোণিতপুৰ
সৰ্বমুঠ নম্বৰ : ৫৯০

নৱম স্থান দখল কৰিছে…
১। বিদিশা নাথ, শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, মৰিগাঁও
২। সৃষ্টি নন্দা কাশ্যপ, খ্ৰাইষ্টজ্যোতি স্কুল, ধিং, নগাঁও
৩। এৰিং ভূঞা, হলি নেম স্কুল, শিৱসাগৰ
৪। জ্যোতিৰ্ময় দত্ত, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী, শিৱসাগৰ
৫। অনুসূয়া ঠাকুৰীয়া, জি ইউ মডেল হাইস্কুল, কামৰূপ মহানগৰ
৬। ডিভান এ পি শৰ্মা, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বজালী
৭। আকাশদ্বীপ ভূঞা, হেপী চাইল্ড ইংলিচ স্কুল, চিপাঝাৰ, দৰং
৮। ধৃতিস্মিতা দত্ত, চল্টব্ৰুক স্কুল, ডিব্ৰুগড়
৯। তবিবুল হক, আল আমিন ইচলামিক মডেল স্কুল, কামৰূপ
১০। পাৰ্থ প্ৰতীম বৰা, জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ
সৰ্বমুঠ : ৫৮৯

দশম স্থান লাভ কৰা অসম জাতীয় বিদ্যালয়, নুনমাটিৰ সৌৰভ বৰ্মণ।

দশম স্থান দখল কৰিছে
১। উদিতি দাস, খ্ৰাইষ্টজ্যোতি স্কুল, ধিং, নগাঁও
২। দিব্যজ্যোতি লহকৰ, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
৩। ধৃতিস্মিতা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
৪। হিমাংশু দাস, শ্ৰীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
৫। ৰক্তোৎপল বৰা, শ্ৰীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
৬। কল্লোল বিশ্বাস, চেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ
৭। সৌৰভ বৰ্মণ, অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী
৮। মায়ংক আগৰৱাল, নিক’লচ হাইস্কুল, ছাত্ৰীবাৰী গুৱাহাটী
৯। জুৰিস্মা চক্ৰৱৰ্তী, চেইন্ট ষ্টিফেন্স স্কুল, কামৰূপ মহানগৰ
১০। অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলী
১১। মহঃ হাম্মাদুৰ ৰহমান, চেইন্ট ব’নিফেচ হাইস্কুল, নগাঁও
১২। বিশ্বদ্বীপ নাথ, হলিক্ৰচ উঃ মাঃ বিদ্যালয়, কাচাৰ
১৩। আলমিনা খাতুন, নৱমিলন উঃ মাঃ বিদ্যালয়, বৰপেটা
১৪। অনুভৱ কপিল, বঙাইগাঁও উঃ মাঃ বিদ্যালয়, বঙাইগাঁও
১৫। অনন্যা ভৰদ্বাজ, লিটিল ফ্লাৱাৰ উঃ মাঃ বিদ্যালয়, ডিব্ৰুগড়
১৬। অনিকংকনা গগৈ, টেঙাখাট জাতীয় বিদ্যালয়, ডিব্ৰুগড়
১৭। অয়ন মিত্ৰ, চেইন্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ
১৮। কৌস্তভ জ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও
সৰ্বমুঠ নম্বৰ : ৫৮৮

ৰাজ্যৰ মুঠ ৪,১৯,৮৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।
ইয়াৰে ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ
প্ৰথম স্থানত উত্তীৰ্ণ হৈছে- ৬৫,১৭৬ গৰাকী
দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে- ৯৯,৮৫৪ গৰাকী
তৃতীয় স্থানত উত্তীৰ্ণ হৈছে- ৬৪,১০১ গৰাকী

শিক্ষাৰ্থীসকলে কেনেকৈ চাব ফলাফল:

‘ছেবা’ৰ অফিচিয়েল ৱেবছাইট sebaonline.org বা resultsassam.nic.in খুলি লওঁক।

হোমপেজত, ‘এইচএছএলচি ৰিজাল্ট ২০২২’ লিংকত ক্লিক কৰক।

শিক্ষাৰ্থীৰ ৰোল নম্বৰ অন্তৰ্ভূক্ত কৰক আৰু ‘চাবমিটত ক্লিক কৰক।

লগে লগে লাভ কৰিব ফলাফল ।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd