• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ ২১ তম সন্মিলন সম্পন্ন

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
June 10, 2022 7:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭ আৰু ৮ জুন তাৰিখে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ ২১ তম সন্মিলনখন জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প , ডিমৌত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৷

৮ জুন তাৰিখে পুৱা দহ বজাত পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবীন কমিউনিষ্ট অতুল গগৈয়ে ৷ স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী কুশল বৰগোহাঁইয়ে ৷ সন্মিলনৰ উপলক্ষে ৮ জুন তাৰিখে এখনি মুকলি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ অভ্যৰ্থনা সমিতি সভাপতি সমাজকৰ্মী পোনা চাংমাই দেৱে পৌৰহিত্য কৰা মুকলি সভাখন উদ্বোধন কৰে জেষ্ঠ চি পি নেতা সমাজকৰ্মী ধৰ্ম বৰুৱাই ৷ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক কনক গগৈয়ে ৷

নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি পাৰ্টিৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পিকুমণি দত্তই আন্তৰাষ্ট্ৰীয় দেশ তথা ৰাজ্যৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ সম্পৰ্কে ব্যাখ্যা ডাঙি ধৰে ৷ তেখেতসকলে কয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আইন তথা নীতিসমূহে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ৷ বস্তুৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণব্যৰ্থ বুলি মতপোষণ কৰে ৷

আইনৰ শাসন শেষ কৰি পুলিচ ৰাজৰ আৰম্ভণি কৰিছে বুলি কয় ৷ নিবনুৱা সংস্থাপনৰ বাবে যোৱা বাজেটত চৰকাৰৰ কোনো ব্যৱস্থাই নাই বুলি চোকা সমালোচনা কৰে ৷ এফালে চৰকাৰে দেশৰ সম্পদ পুঁজিপতিক গতাইছে আনফালে ধৰ্ম সম্প্ৰদায়ৰ খেলা খেলি সমাজখন ভাগ ভাগ কৰিছে বুলিও চোকা সমালোচনা কৰে ৷ চৰকাৰে যি হাৰত হিতাধিকাৰী সৃষ্টি কৰি ভোটবেংক তৈয়াৰ কৰিছে ই হয়তো শ্ৰীলংকা সদৃশ পৰিস্থিতি সৃষ্টি কৰা আশংকা প্ৰকাশ কৰিছে বুলি চৰকাৰক সকীয়াই দিয়ে ৷

আবেলি ৪ বজাৰ পৰা প্ৰতিনিধি সন্মিলন অনুষ্ঠিত হয় কমৰেড ধৰ্ম বৰুৱা মণি বুঢ়াগোহাঁই আৰু অনুৰাধা গোহাঁইয়ে গঠিত সভাপতি মণ্ডলীৰ পৰিচালনাত আৰু জিলা সম্পাদক কনক গগৈয়ে বিগত কাৰ্যকালৰ খচৰা ৰাজনৈতিক সাংগঠনিক কামকাজ আৰু পুঁজিৰ প্ৰতিবেদন উত্থাপন কৰে লগতে ভৱিষ্যত পৰিকল্পনাও দাঙি ধৰে ৷ প্ৰতিনিধি সন্মিলনত ৭০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলৰ বহুকেইজনে গঠনমূলক সমালোচনাৰে প্ৰতিবেদনত ভাগ লয় আৰু সৰ্বসন্মতি ক্ৰমে প্ৰতিবেদন গ্ৰহণ কৰে ৷

হিচাপ পৰীক্ষকদ্বয় অনুপ গগৈ আৰু যোগেশ বুঢ়াগোহাঁইয়ে অডিট ৰিপৰ্ট দাখিল কৰে ৷
সন্মিনলে উজনি অসমত বিশেষকৈ যোৰহাটত অসমৰ উপ ৰাজধানী এখন স্থাপন কৰাকে ধৰি মূল্যবৃদ্ধি বিৰুদ্ধে , নিবনুৱা সমস্যা বিৰুদ্ধে, শিৱসাগৰত এখন আইন মহাবিদ্যালয় মেডিকেল কলেজ উন্নত মানৰ আই টি আই প্ৰতিষ্ঠা কৰাকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতভাৱে গ্ৰহণ কৰে ৷

সৰ্বশেষত সন্মিলনে আগন্তুক কাৰ্যকালৰ বাবে কনক গগৈক পুনৰ চতুৰ্থবাৰৰ বাবে জিলা সম্পাদক হিচাপে মণি বুঢ়াগোহাঁই আৰু অনুপ গগৈক সহ সম্পাদক হিচাপে আৰু যোগেশ বুঢ়াগোহাঁইক কোষাধ্যক্ষ হিচাপে নিৰ্বাচন কৰি ২৫ জনীয়া এখন শক্তিশালী জিলা পৰিষদ গঠন কৰে ৷ অভ্যৰ্থনা সমিতি সহ সম্পাদক অজয় বড়াই শলাগৰ শৰাই আগবঢ়াই ৷ ৯ জুনৰ দিনা বিয়লি ৫ বজাত সন্মিলনৰ সামৰণি পৰে ৷

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd