• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত প্ৰথমবাৰৰ বাবে ৰেইকি শিবিৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
June 11, 2022 3:45 pm
229
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ।

শিৱসাগৰৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত বৌদ্ধ বিহাৰত আয়োজন কৰা এই ৰেইকি চিকিৎসা শিবিৰত অংশ গ্ৰহণ কৰে ৰেইকি গুৰু জুৰি নাথ আৰু ৰুমি নাথে। উক্ত ৰেইকি চিকিৎসা শিবিৰত ৩৫ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ৰেইকি এক সহয় সৰল বিজ্ঞানভিত্তিক চিকিৎসা পদ্ধতি। এই ৰেইকি চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে বিনা কষ্টৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

ৰেইকি এক স্পৰ্শ চিকিৎসা পদ্ধতি। ৰেইকিত দিক্ষা গ্ৰহণ কৰাৰ পিছত ৰেইকিৰ মাধ্যমত গৰাকীয়ে নিজৰ হাত দুখন নিজৰ ওপৰত বা অন্য ব্যক্তি বা ৰোগীৰ ৰোগাগ্ৰস্ত অংগৰ ওপৰত ৰাখি ব্ৰহ্মাণ্ডৰ পৰা মহাজাগতিক শক্তি আহৰণ কৰি সেই শক্তি শৰীৰৰ বিশেষ অসুস্থ অংগলৈ বোৱাই নিব পাৰে।

এই ৰেইকি চিকিৎসা পদ্ধতি জাপানৰ এক প্ৰাচীন তথা পৌৰাণিক চিকিৎসা পদ্ধতি।
ৰেইকি এক জাপানী শব্দ। ৰে মানে সাৰ্বভৌমিকতা যাৰ অৰ্থ আধ্যাত্মিক বুদ্ধিমত্তা আৰু কি শব্দৰ অৰ্থ হল জীৱন শক্তি বা জৈৱ শক্তি।

জাপানৰ এই আধ্যাত্মিক স্পৰ্শ পদ্ধতি অৰ্থাৎ ৰেইকি কালক্ৰমত হেৰাই যোৱাত জাপানৰ ডাঃ মিকাও ইউসুই য়ে ৰেইকি চিকিৎসাৰ পুনঃআৱিষ্কাৰ কৰিছিল।

বৰ্তমান কেৱল জাপানতে নহয়, সমগ্ৰ বিশ্বতে ৰেইকি পদ্ধতিৰে চিকিৎসাৰ প্ৰচলন চলি আহিছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd