• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ মোনাবাৰীত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান

প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক পৰিবেশ সচেতকৰ বঁটা আৰু জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক সংবাদ সঞ্জীৱন বঁটা প্ৰদান

 কাজি জেইদুল ইছলাম,বিশ্বনাথ by কাজি জেইদুল ইছলাম,বিশ্বনাথ
June 12, 2022 4:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৮ দিনীয়া বৃক্ষ ৰোপন কাৰ্যসূচীৰ আজি অন্ত পৰে। চাইনিং গ্ৰীণ আচিয়ানা চ’চাইটিৰ অধ্যক্ষ ড°কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি হাজৰিকাৰ প্ৰচেষ্টাত যোৱা ২০১১ চনৰ পৰাই এনেধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে।

৮ দিনীয়া এই কাৰ্যসূচীৰ অন্তিম দিনা আজি বিশ্বনাথৰ বিহালীস্থিত গ্ৰীণ আছিয়ানা প্ৰেক্ষাগৃহত পৰিৱেশ সজাগতা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ব বিখ্যাত তথা অৰণ্য মানৱ হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েং । আজি পুৱা তেওঁ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে ।

ইয়াৰ পিছত তেওঁ পৰিৱেশ সজাগতা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰকৃতিবিদ কুমুদ বৰুৱা , বিশ্বনাথৰ সহকাৰী আয়ুক্ত কংকণা শ‌ইকীয়া সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান কৰা হয় অৰণ্য মানৱ গৰাকীক লগতে এই অনুষ্ঠানতে নিজৰ মাটি বিক্ৰী কৰি গছপুলি ৰোপণ কৰি পৰিৱেশলৈ পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা প্ৰদান কৰা হয় । লগতে বিশ্বনাথৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক হেমন্ত শ‌ইকীয়াক সংবাদ সঞ্জীৱন বঁটা প্ৰদান কৰা হয় ।

 কাজি জেইদুল ইছলাম,বিশ্বনাথ

কাজি জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

September 14, 2025 9:38 am
শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd