• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 12, 2022 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকু কপালত উঠিব আপোনাৰ! ৰাজ্যত কিমান আছে নিবনুৱা? সেই কথা আমি বাদ দিছো। কিন্তু চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি দিয়াৰ নামত তামোল এখনো নোখোৱা চৰকাৰৰ ৰাজকোষলৈ নিবনুৱাৰ পৰা গ’ল কোটিৰ ঘৰত ধন। সেইটোহে এক আচৰিত হ’বলগীয়া কথা।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ বিপৰীতে মুঠ আবেদনকাৰীৰ সংখ্যা ১১, ৯২,৫০৯ গৰাকী। সুত্ৰ অনুসৰি তৃতীয় বৰ্গৰ পদত মুঠ ৬,৭১,৮০৫ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। তদুপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫ গৰাকীয়ে। আনহাতে তৃতীয় বৰ্গৰ অন্তৰ্গত গাড়ীচালক পদৰ বাবে আবেদন কৰিছে আন ৭৭,০৪৯জন চাকৰি প্ৰত্যাশীয়ে।

Apply Now

প্ৰশ্ন হৈছে, এইসকল নিবনুৱা আবেদনকাৰীৰ পৰা কিমান মাছুল সংগ্ৰহ কৰিলে বিজেপি চৰকাৰে?
এইক্ষেত্ৰত আমি কৰা এক থুল-মূল হিচাপ পাঠক ৰাইজলৈ আগবঢ়াইছো।

যদি আবেদনকাৰীৰ মাছুল সৰ্বোচ্ছ ৩৫০ টকা ধৰা হয়! তেন্তে ১১,৯২,৫০৯ গৰাকী আবেদনকাৰীৰ পৰা সংগ্ৰহ মুঠ ৪১,৭৩,৭৮,১৫০ টকা।

তাতে আকৌ তৃতীয় বৰ্গৰ আকৌ চাৰিটা ভাগ(পদ)। তৃতীয় বৰ্গৰ আবেদনকাৰীৰ সংখ্যা ৬,৭১,৮০৫।
যদি আবেদনকাৰীয়ে চাৰিটা ভাগত আবেদন কৰে তেন্তে এগৰাকী আবেদনকাৰীয়ে বহন কৰিব লাগিব ১৪০০ টকা।
যদি এগৰাকীয়ে ১৪০০ টকা আবেনৰ মাছুল বহন কৰে তেন্তে ৬,৭১,৮০৫ গৰাকী আবেদনকাৰীৰ পৰা ৰাজকোষত জমা হ’ব ৯৪০৫২৭০০০ টকা (আনুমানিক)।

ঠিক সেইদৰে চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫ গৰাকীয়ে।

চতুৰ্থ বৰ্গৰ দুটা ভাগ (পদ)। যদি আবেদনকাৰীয়ে দুয়োটা ভাগত আবেদন কৰে তেন্তে আবেদনৰ মাছুল বহন কৰিব লাগিব সৰ্বোচ্ছ ৪০০ টকা।

যদি ৪,৪৩,৬৫৫ গৰাকীয়ে ৪০০ টকাকৈ আবেদন মাছুল বহন কৰিলে ৰাজকোষত জমা হ’ব মুঠ ১৭৭,৪৬২,০০০ টকা।
এই হিচাপ ধৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আবেদনকাৰীৰ পৰা ৰাজকোষত জমা হ’ব ১,১১৭,৯৮৯,০০০ টকা।
তামোল এখনো নোখোৱাকৈ চাকৰি দিম বুলি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিলে প্ৰায় ১,১১৭,৯৮৯,০০০ টকা!

চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছে কিছুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে। মৃন্ময় কলিতাই ফেচবুকযোগে চৰকাৰলৈ অনুৰোধ জনাই লিখিছে চৰকাৰে স্বচ্ছ ভাৱে নিযুক্তি দিছে ১১ টা বিভাগত তাত কোনো সন্দেহ নাই কিন্তু এই যে আৱেদনৰ নামত ইমান ইমান টকা লৈ , অদৰকাৰী কিছুমান বস্তুত খৰচ কৰে সেইবোৰ দেখিয়ে বেয়া লাগে , শুনিছো অৰুনোদয় আঁচনিত হেনো আকৌ ২০০ টকাকৈ বঢ়ায় দিব আৰু ল’ৰাকো বুলেট দিব আৰু যি টি বহুত আছে ..! অনুগ্ৰহ কৰি আমাক এটা উচিত মুল্য লৈ আৱেদন কৰাৰ সুবিধা প্ৰদান কৰি আৰু অলপ পূণ্য কৰে , এইয়া অনুৰোধ আপোনাক ভাল পোৱা , ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস থকা এজন ভুক্তভোগীৰ অনুৰোধ ..!!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd