• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ ৰাসায়নিক প্ৰকল্পত ৰাছিয়াৰ বিধ্বংসী আক্ৰমণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 13, 2022 7:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই পুনৰ তীব্ৰতৰ কৰি তুলিছে যুদ্ধ। শেহতীয়াকৈ লুহানস্কৰ এখন সৰু চহৰ চিভিয়েৰোডনেটস্ক দখলৰ বাবেে কেইবা সপ্তাহধৰি ৰাছিয়াৰ সেনাই যুঁজ দি আছে যদিও আজিলৈকে সফল হ’ব পৰা নাই। আজি ইউক্ৰেইনে এই দাবী কৰিছে।

ৰাছিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি অৱদিভকা চহৰত বিস্ফোৰণৰ পিছত ধোঁৱাই চহৰ খন ছানি ধৰিছে।
ইউক্ৰেইনৰ চিভিয়েৰোডনেটস্কত আছে দেশ খনৰ আটাইতকৈ ডাঙৰ ৰাসায়নিক প্ৰকল্প।সেই প্ৰকল্পটো ধ্বংস কৰিবলৈ ৰাছিয়াৰ সেনাই চেষ্টা চলাই আছে যদিও সফল হ’ব পৰা নাই।ৰাজ্যপাল চেৰহি গাইদাই কয় যে লুহানস্ক প্ৰদেশৰ প্ৰকল্পটোত ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত তেল লিক হোৱাৰ পিছত ভয়ংকৰ ৰূপত জুই বিয়পি পৰিছে।যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা দেশখনৰ বন্দৰ চহৰ মাৰিঅ’পোলত ২,৫০০ তকৈও অধিক সাধাৰণ নাগৰিক নিহত হৈছে।

Apply Now

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা অলেক্সি আৰেষ্টোভিচে আজি এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছে।
তেওঁ কয় যে মাৰিঅ’পোল মহানগৰ প্ৰশাসনৰ পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে। তেওঁ লগতে চহৰখনত আৱদ্ধ জনসাধাৰণক মানৱীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাছিয়ান সেনাই বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।আনহাতে ইউক্ৰেইনৰ এই অভিযোগ অস্বীকাৰ কৰিছে ৰাছিয়াই। ৰাছিয়াই যুদ্ধত অসামৰিক লোকসকলক কেতিয়াও আক্ৰমণৰ লক্ষ্য নকৰে বুলি এক বিবৃতি দিছে।

দেওবাৰে মাৰিঅ’পোল নগৰ পৰিষদে অভিযোগ কৰিছিল যে ৰাছিয়ান সেনা বাহিনীয়ে অৱৰোধ কৰি ৰখা বন্দৰ চহৰখনত আৱদ্ধ জনসাধাৰণে খাদ্য আৰু পানীৰ সংকটত ভুগিছে।চহৰখনলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা নিৰাপদ ‘মানৱীয় কৰিডৰ’ত ৰাছিয়ান সেনাই আক্ৰমণ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধখন এতিয়া সমগ্ৰ বিশ্বই অতি উদ্বিগ্নতাৰে লক্ষ্য কৰিছে। ৰাছিয়াই ইউক্ৰেইনত চলোৱা আক্ৰমণত এতিয়ালৈকে ১৪টি শিশুসহ দেশখনৰ ৩৫২জন সাধাৰণ নাগৰিক নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে।
দেওবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতি যোগে এই দাবী কৰে। আন্তৰ্জাতিক সংস্থাসমূহৰ বাতৰিত এই কথা সদৰী কৰা হৈছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা বিগত চাৰিদিনত এতিয়ালৈকে ১৪টি শিশুসহ মুঠ ৩৫২জন অসামৰিক লোক নিহত হৈছে।তদুপৰি, ৰাছিয়াৰ নিৰ্বিচাৰ আক্ৰমণৰ ফলত ১১৬টি শিশুকে ধৰি ১,৬৮৪জন নাগৰিক আহত হৈছে।ইপিনে, ৰাছিয়াই ইউক্ৰেইনত সামৰিক আক্ৰমণ চলাই থকাৰ মাজতে কচভোই তেওঁলোকৰ দেশত আমেৰিকাৰ সামৰিক ঘাটি তথা নাটোৰ সদস্যপদ বিচাৰিছে। আমেৰিকাকে ধৰি নাটোৰ দেশসমূহৰ সৈতে ৰাছিয়াৰ সংঘাত চলি থকাৰ মাজতে দেশখনৰ এই ঘোষণাই নতুনকৈ আৰু উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd