• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াত অমিক্ৰনৰ নতুন প্ৰজাতি চিনাক্ত, বহু লোক আক্ৰান্ত হোৱাৰ আশংকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 13, 2022 7:46 am
265
VIEWS
Share on FacebookShare on Twitter

সময় আৰু পৰিবেশৰ সলনিৰ লগে লগে কোভিডেও ইয়াৰ ৰূপ সলাই পেলাইছে।ৰাছিয়াত কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ এক বিশেষ প্ৰজাতি চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উপভোক্তা স্বাস্থ্য নিৰীক্ষণ সংস্থাই ।

ৰোস্পট্ৰেবনাডজ’ৰৰ চেণ্ট্ৰেল ৰিচাৰ্চ ইনষ্টিটিউট ফৰ এপিডেমিঅ’লজীৰ জিনম গৱেষণাৰ মুৰব্বী কামিল খাফিজোৱে সাংবাদিকক কয় যে দুটা ৰাষ্ট্ৰীয় পৰীক্ষাগাৰে বিএ.৪ উপবংশৰ ভাইৰেল জিনম ভিজিএৰাছ ডাটাবেছত পৰীক্ষা কৰি দেশ খনত অমিক্ৰনৰ নতুন প্ৰজাতি বিয়পি পৰাৰ কথা নিশ্চিত কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে মে মাহত সতৰ্ক কৰি দিছিল যে অমিক্ৰনৰ বি.এ.৪ আৰু বি.এ.৫-য়ে টিকাকৰণ সন্পূৰ্ণ নোহোৱা দেশবোৰত সংহাৰৰ সৃষ্টি কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ যুটীয়া সচিব লাভ আগৰৱালাই কৈছিল যে দেশত প্ৰথম বাৰৰ বাবে ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি।

আক্ৰান্ত এগৰাকী লোকৰ বয়স ৬৬ বছৰ আৰু আনগৰাকীৰ বয়স ৪৬ বুলি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰিছিল।

কৰ্ণাটকত অমিক্ৰনত আক্ৰান্ত দুয়োজন লোকেই দক্ষিণ আফ্ৰিকাৰ লোক বুলি জানিব পৰা গৈছিল।

কোভিড পৰীক্ষা কৰোৱাত লোক দুজনৰ কোভিড পজিটিভ পোৱা গৈছিল।

কোভিড পজিটিভ দক্ষিণ আফ্ৰিকাৰ লোক দুজনৰ লক্ষণসমূহ চাই কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে অধিক পৰীক্ষাৰ নিৰ্দেশ দিছিল।

অধিক পৰীক্ষাৰ পিছতে তেওঁলোক কোভিডৰ অমিক্ৰন প্ৰজাতিত আক্ৰান্ত বুলি জানিব পৰা গৈছিল।

উল্লেখ্য অমিক্ৰন ভাইৰাছ প্ৰথমে দক্ষিণ আক্ৰিকাত চিনাক্ত হোৱাৰ পিছতে বিশ্বৰ ২৯ খন দেশত বিয়পি পৰিছিল।

ভাৰত চৰকাৰে ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd