• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল; তেওঁ নিজেই হৈছে; তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে?- ৰকিবুল হুছেইন

মুখ্যমন্ত্ৰীক কিয় সৰ্বগুণ সম্পন্ন আখ্যা ৰকিবুল হুছেইনৰ?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 13, 2022 8:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল; বিজেপি মিত্ৰজোঁটে জনজাতীয় মুখ্যমন্ত্ৰী এজন লৈ শাসনলৈ আহিল; কিন্তু তেওঁ নিজেই মুখ্যমন্ত্ৰী হৈছে; তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে? সোমবাৰে ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে বিৰোধী উপ দলপতি ৰকিবুল হুছেইন।

ইপিনে, আগন্তুক নিৰ্বাচনসমূহত কংগ্ৰেছৰ লগতহে যুঁজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত হুছেইনে কয়, “জানো তেওঁ আকৌ ৰাস্তা পোনাইছে নেকি নাজনো আৰু! তেওঁতো আমাৰ এজন সৰ্বগুণ সম্পন্ন মুখ্যমন্ত্ৰী। তেওঁ ৰাতিপুৱা এজন ধৰ্ম গুৰু, দুপৰীয়া এজন ইতিহাসবিদ তথা বুৰঞ্জীবিদ, তাৰ পাছত এজন লেখক-সাহিত্যিক। গতিকে ইমান সৰ্বগুণ সম্পন্ন এজন মুখ্যমন্ত্ৰী পাইছোঁ, আমি গৰ্বিত”।

লগতে পঢ়ক: ৰাহুল গান্ধীক ইডিৰ চমন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; উভতি ধৰিলে সাংসদ গৌৰব গগৈয়ে

Apply Now

ইপিনে, কংগ্ৰেছৰ দলীয় সংঘাতক লৈ সাংবাদিকে প্ৰশ্ন কৰাত ওলোটাই সাংবাদিককহে উভতি ধৰে ৰকিবুল হুছেইনে।

তেওঁ কয়, “আমি বিৰোধী পক্ষ। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ওপৰত বিৰোধী আৰু প্ৰেছ মিলি একেলগে চৰকাৰক কৈফিয়ত তলব কৰিব লাগে। আজি আপোনালোকৰ কোনেও বিশেষকৈ ৰঙা বুমটোৱেতো সাহসয়েই নকৰে যে এক নম্বৰ মুখ্যমন্ত্ৰী আৰু ২ নম্বৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ সংঘাতৰ বিষয়ে বাতৰি কৰিবলৈ”।

ইপিনে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শূণ্য ফলাফলক লৈ প্ৰশ্ন কৰাত হুছেইনে কয়, “এনেকুৱা ধৰণৰ শূন্য পূৰ্বে বহুত হৈছে। গোটেই অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত বিজেপি মাত্ৰ ৪ টাহে জিকিছিল তাৰ পাছতো তেওঁলোকৰ ৬০টা হ’ল। গতিকে চৰকাৰখনৰ এক বছৰ হৈছেহে চৰকাৰখনৰ আশাত মানুহ বন্দী হৈছে, কিছুদিন এনেধৰণৰ ৰিজাল্ট পোৱা যাব। কিন্তু যি ধৰণে চৰকাৰখন চলিছে বৰ বেছি দিন এনেধৰনে নচলিব”।

লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা

“আজি আপোনালোকে গুৱাহাটীত আহিলে গধূলি ভাল লাগি যায় মনটো ৰঙা নীলা লাইট দেখি কিন্তু গাওঁত যেতিয়া যায় তেতিয়া দেখা পোৱা যায় ভোকত মানুহে কল বলাই আছে”। হুছেইনে লগতে কয়।

ইয়াৰোপৰি, ৰাইজৰ পক্ষত কংগ্ৰেছে কৰ্তব্য কৰি যাব বুলি দাবী কৰি হুছেইনে লগতে কয়, “বিজেপিৰ পুৰণি নেতা-কৰ্মীসকলৰ মনবোৰ বেয়া, কিন্তু নতুনবোৰ জকমকাই আছে, সেই কথা বিলাকৰ উত্তৰ প্ৰথমে বিচাৰিব।“ 

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd