• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত আটক দুজন আফিং সৰবৰাহকাৰী

চভাপতি চামম by চভাপতি চামম
April 18, 2018 9:38 am
Drugs-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা মণিপুৰ আৰক্ষীৰ বাবে আন এক সফলতা। মণিপুৰ আৰক্ষী বিভাগৰ নাক্ৰটিকছ এণ্ড এফেয়াৰ্ছ অৱ ব’ৰ্ডাৰে (NAB) মঙলবাৰে দুজন আফিং সৰবৰাহকাৰী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৩ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী আফিং জব্দ কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পায়।

আটকাধীন লোক দুজন ক্ৰমে ছুৰাছন্দপুৰ জিলাৰ আছাম ৰাইফলছ কেম্পৰ সমীপৰ চংডোৰ টনচিং হেইজিনৰ পুত্ৰ টি ছেইবই(২০) আৰু ছেনাপতি জিলাৰ জোউপিৰ ঠাংলেন কিপগেন(৩৭) বুলি NABৰ আৰক্ষী অধীক্ষক ডব্লিউ বাসু সিঙে পএছ বিজ্ঞপ্তিৰ যোগে সদৰী কৰে।

Apply Now

সিঙে জনোৱা অনুসৰি জব্দ কৰা নিচাজাতীয় সামগ্ৰী আফিঙখিনিৰ স্থানীয় বজাৰ মূল্য প্ৰায় ২ লাখ ১০ হেজাৰ টকা হ’ব।

‘তেওঁলোকৰ পৰা কিছু আপত্তিজনক নথি পত্ৰও জব্দ কৰা হৈছে। আৰু এই সম্বন্ধত NAB আৰক্ষী থানাত দুয়োজন লোকৰ ওপৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছো’ বুলিও প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পায়।

আনহাতে জিলা আৰক্ষীৰ এটা দলে পশ্চিম ইম্ফল জিলাৰ পৰা সোমবাৰে বিয়লি প্ৰায় ৩.৪৫ বজাত মাবই গিটি এলিয়াছ জেন(৩৯) নামৰ এজন কুকি ৰিভলুশ্যন ফ্ৰণ্টৰ(KRF) সক্ৰিয় সদস্যকো গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

গ্ৰেপ্তাৰ কৰা সদস্যজনৰ পৰা সজীৱ গুলীৰ লগতে এটা পিষ্টল আৰু অন্যান্য আপত্তিজনক নথি পত্ৰ জব্দ কৰে। ইতিমধ্যে সজস্য্যজনৰ ওপৰত ছেকমাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰখা বুলি উক্ত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd