• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইআইটি, গুৱাহাটীৰ ২৪ সংখ্যক সমাৱৰ্তনত ১,৬২০ গৰাকী বিভিন্ন শাখাৰ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 17, 2022 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ লগতে বিশ্বৰ উন্নত শিক্ষানুষ্ঠাসমূহৰ মাজৰে এখন হিচাবে পৰিগণিত হোৱা আইআইটি, গুৱাহাটীৰ ২৪ সংখ্যক সমাৱৰ্তনত ১,৬২০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। আজি ডিগ্ৰী লাভ কৰাসকলৰ ভিতৰত ১৪৩১ গৰাকী ছাত্ৰ আৰু ১৮৯ গৰাকী ছাত্ৰী।

কেমিকেল ইঞ্জিনিয়াৰিং বিভাগত শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক লাভ কৰিছে। স্নাতক শ্ৰেণীৰ ৯ গৰাকী শিক্ষাৰ্থী হৈছে প্ৰতিবন্ধী শিক্ষাৰ্থী।

Apply Now

স্নাতক শিক্ষাৰ্থীসকলৰ ভিতৰত আছে ৬৯৭ জন বিটেক আৰু বিডিই শিক্ষাৰ্থী, ৪৭৯ জন এমটেক আৰু এমডি, ২৫৩ জন পিএইচডি শিক্ষাৰ্থী আৰু ১৯৬ জন স্নাতকোত্তৰ ডিগ্ৰী শিক্ষাৰ্থী।

ইয়াৰ লগতে ৩ জন শিক্ষাৰ্থীক দ্বৈত ডিগ্ৰী (এমএছ + পিএইচডি) প্ৰদান কৰা হয়। অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনৰ মেহতা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰাহুল মেহতাৰ সৈতে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সমাৱৰ্তনত আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, “মই সকলো স্নাতক শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বাবে অভিনন্দন জনাইছো। আশা কৰিছো যে আমি উন্নতিৰ এই ধাৰা অব্যাহত ৰাখিম ।আইআইটি গুৱাহাটীয়ে শেহতীয়াকৈ ঘোষণা কৰা কিউএছ ৰেংকিং ২০২৩ ত উচ্চ স্থান লাভ কৰিছে “

সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়, “প্ৰায় ৩ দশকৰ ভিতৰত আইআইটি গুৱাহাটীয়ে উচ্চ মানৰ কাৰিকৰী শিক্ষাৰে সমগ্ৰ দেশতে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি জনাজাত হৈ পৰিছে।প্ৰতিষ্ঠানটোৱে বিশ্বব্যাপী প্ৰতিযোগিতামূলক মানৱ সম্পদ প্ৰস্তুত কৰিছে আৰু বিভিন্ন বিষয়ত গৱেষণা কৰিছে । এনে কাৰ্যই সমাজক যথেষ্ট উপকৃত কৰিছে। আইআইটি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছে অভিযন্তা, উদ্যোগী আৰু প্ৰযুক্তিবিদ যিসকলে নতুন ভাৰত গঢ়াত সহায় কৰিছে।”

ডিগ্ৰী লাভ কৰা সকলকো ৰাজ্যপালে কঠোৰ পৰিশ্ৰম কৰি সফল হোৱা বাবে অভিনন্দন জনায়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

June 11, 2026 9:48 am
আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

June 11, 2026 9:48 am
আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd