• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Attack on Kabul Gurudwara: কাবুলৰ গুৰুদ্বাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; নিহত ২জন, আৱদ্ধ বহু শিখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2022 1:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱা ইছলামিক ষ্টেটৰ (IS) সন্ত্ৰাসবাদীয়ে আফগানৰ ৰাজধানী কাবুলৰ এটা গুৰুদ্বাৰত আক্ৰমণ চলায়। এই আক্ৰমণত কাৰ্তে পৰৱান গুৰুদ্বাৰাত এজন নিৰাপত্তাৰক্ষী নিহত হয়। নিহত লোকজনক ৬০ বছৰীয়া শ্বৱিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। আন এজন লোকো এই আক্ৰমণত নিহত হোৱা বুলি কোৱা হৈছে।

শিখ সম্প্ৰদায়ৰ আন কেইবাজনো সদস্য ঘটনাটোত আৱদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে ভাৰতীয় সময়মতে পুৱা ৮.৩০ বজাত গুৰুদ্বাৰত প্ৰৱেশ কৰিছিল। গুৰুদ্বাৰাৰ সন্মুখত এটা বিস্ফোৰণো সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

Apply Now

লগতে পঢ়ক: Covid-19 Update: দেশত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম; বৃদ্ধি সক্ৰিয় ৰোগী

বাতৰি অনুসৰি উগ্ৰপন্থীসকলে যেতিয়া গুৰুদ্বাৰত আক্ৰমণ কৰিছিল তেতিয়া প্ৰাৰ্থনাৰ বাবে গুৰুদ্বাৰৰ ভিতৰত ২৫ ৰ পৰা ৩০ জন শিখ তথা হিন্দু লোক উপস্থিত আছিল। আক্ৰমণৰ পিছত কিছুমান লোক পলাই যাবলৈ সক্ষম হয়। অৱশ্যে বহুতে এতিয়াও তাত আবদ্ধ হৈ আছে বুলি কোৱা হৈছে।

সূত্ৰসমূহৰ মতে গুৰুদ্বাৰত এতিয়াও ৭ ৰ পৰা ৮ জন লোক আবদ্ধ হৈ আছে। খবৰ অনুসৰি আক্ৰমণটোত তিনিজন তালিবান যোদ্ধা আহত হৈছে। আনহাতে, আক্ৰমণকাৰী দুজনক আৱদ্ধ কৰি ৰখা হৈছে।

ইয়াৰ পূৰ্বে, ভাৰতে আফগানিস্তানৰ কাৰ্তে পৰৱান গুৰুদ্বাৰৰ পৰা শিখসকলক উদ্ধাৰ কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে শিখসকলে আফগানিস্তান এৰিবলৈ সন্মত হোৱা নাই।

লগতে পঢ়ক: Flood in Assam: হৃদয় বিদাৰক দৃশ্য! কলৰ ভুৰত নদী পাৰ হৈছে অশীতিপৰ আইতাই

ইপিনে ভাৰতে এই আক্ৰমণৰ ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰি কয় যে নতুন দিল্লীয়ে বৰ্তমান পৰিস্থিতিটো গভীৰভাৱে নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে ইছলামিক ষ্টেট খোৰাচানে পূৰ্বে হজৰত মহম্মদৰ ওপৰত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত সংখ্যালঘু হিন্দুসকলৰ ওপৰত আক্ৰমণৰ ভাবুকি দিছিল।

Watch: Multiple blasts being heard from Gurdwara Karte Parwan in Kabul, Afghanistan where gunmen have stormed inside, said gurdwara president Gurnam Singh @IndianExpress @iepunjab pic.twitter.com/SdopybDkyi

— Divya Goyal (@divya5521) June 18, 2022

শেহতীয়াকৈ এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইছলামিক ষ্টেট খোৰাচানে ভাৰতৰ বিষয়ে এটা ১০ মিনিটৰ ভিডিঅ’ মুকলি কৰিছে। ভিডিঅ’টোত নুপুৰ শৰ্মাৰ অপমানজনক মন্তব্যৰ বিষয়টো তুলি ধৰা হৈছে। তদুপৰি দিল্লীৰ জাহাংগীৰপুৰীৰ বুলডজাৰ চলোৱা ঘটনাও সন্ত্ৰাসবাদী সংগঠনটোৰ ভিডিঅ’ত অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd