• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Covid-19 Update: দেশত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম; বৃদ্ধি সক্ৰিয় ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2022 11:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক কৰ’না ভাইৰাছে আকৌ এবাৰ ইয়াৰ অস্তিত্ব সজোৰে ঘোষণা কৰিছে। যোৱা কেইদিনমানৰ পৰা দেশত দৈনিক সংক্ৰমণ বৃদ্ধি পাইছে। যোৱা মাহত দৈনিক আক্ৰান্তৰ সংখ্যা ৫হাজাৰৰ ভিতৰতে আছিল যদিও যোৱা ২৪ ঘণ্টাত ১৩হাজাৰৰ সীমা অতিক্ৰম কৰিছে। উদ্বেগ বঢ়াইছে সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধিয়ে।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৩,২১৬ জন লোক কৰোনাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। শুকুৰবাৰে এই সংখ্যা ১৩হাজাৰৰ তলত আছিল।

লগতে পঢ়ক: Flood in Assam: অৱশেষত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান; বৰনদীৰ বুকুত আৱদ্ধ ১৪টা পৰিয়ালক উদ্ধাৰ

Apply Now

বিগত ২৪ ঘন্টাত অকল মহাৰাষ্ট্ৰতে ৪হাজাৰৰো অধিক লোক সংক্ৰমিত হৈছে। মুম্বাইতে ২২২৫ জন লোক সংক্ৰমিত হৈছে। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

ৰাজধানী দিল্লীৰ কৰ’না গ্ৰাফো যথেষ্ট উদ্বেগজনক। যোৱা ২৪ ঘন্টাত ১৭৯৭ জন লোকৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ ঘটিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘন্টাত ২৩ জন লোকে কৰ’নাত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত মুঠ কোভিড মৃত্যুৰ সংখ্যা হৈছে  ৫লাখ ২৪হাজাৰ ৮৪০জন।

লগতে পঢ়ক: Flood in Assam: নেৰানেপেৰা বৰষুণৰ ফলত বিপৰ্যস্ত অসম; বানত ৩১ জনৰ মৃত্যু, ৩০০০ গাঁও পানীৰ তলত

যোৱা ২৪ ঘণ্টাত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ৬৮,১০৮ লৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ হাৰ ০.১৬ শতাংশলৈ বৃদ্ধি পাইছে।

অৱশ্যে তাৰ মাজত একমাত্ৰ সকাহৰ বিষয়টো হৈছে সুস্থতাৰ হাৰ। পৰিসংখ্যা অনুসৰি এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৯০ হাজাৰ ৮৪৫ জন লোকক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ৮হাজাৰ ১৪৮ জন লোক কৰ’নাৰ পৰা আৰোগ্য হৈছে। সুস্থতাৰ হাৰ ৯৮.৬৩ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৯৬ কোটিৰো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ১৫ লাখ লোকক ভেকচিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক: IND vs SA 4th T20: আৱেশৰ চমক, দুৰ্দান্ত কাৰ্তিক; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টী-২০ শৃংখলা ২-২ কৰি উভতি ধৰিলে ভাৰতে

টিকাকৰণৰ লগতে কৰ’না ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। বিগত ২৪ ঘন্টাত দেশত ৪ লাখ ৮৪ হাজাৰ ৯২৪ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd